ইতিহাসৰ আজিৰ দিনত
৩০ অক্টোবৰ
জন্ম
- ১৮৮৫এজৰা পাউণ্ড, এগৰাকী আমেৰিকান কবি আৰু সমালোচক।
- ১৯৫১দীপক ধৰ, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ১৯৬০ডিয়েগ' মাৰাড'না, আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ।
- ১৯৬১ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ, ৰাছিয়ান সাংবাদিক।
- ১৯৬২বি. ভি. নাগৰত্না, ভাৰতীয় ন্যায়াধীশ।
- ১৯৬৫মৃণাল কান্তি দাস, অসমীয়া চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০ভূপেন বৰা, অসমৰ ৰাজনীতিবিদ।
মৃত্যু
- ১৮৮৩দয়ানন্দ সৰস্বতী, ভাৰতীয় দাৰ্শনিক, সামাজিক নেতা আৰু সংস্কাৰমুখী আন্দোলন আৰ্য সমাজৰ প্ৰতিষ্ঠাতা।
- ১৯২৯নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা।
- ১৯৭৪বেগম আখটাৰ, ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ