ইতিহাসৰ আজিৰ দিনত
২৪ অক্টোবৰ
ঘটনাৱলী
- ১৫৭৭মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে।
- ১৬০৫চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে।
- ১৮৫১কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয়।
- ১৯৪৫৫০খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্ব শান্তিৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
- ১৯৮৪কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে'ল ব্যৱস্থাৰ বা বামে'ট্ৰো ৰে'ল মুকলি কৰা হয়।
জন্ম
- ১৬৩২এণ্টনী ভন লিউৱেনহুক, ইংলেণ্ডৰ স্বভাৱ বিজ্ঞানী, অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
- ১৭৭৫বাহাদুৰ শ্বাহ (দ্বিতীয়), শেষ মোগল সম্ৰাট।
- ১৯০৩প্ৰমথেশ চন্দ্ৰ বৰুৱা, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক।
- ১৯১৪লক্ষ্মী সেহগল, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বিপ্লৱী, ‘আজাদ হিন্দ ফৌজ’ৰ কেপ্তেইন।
- ১৯২১ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ, ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক।
- ১৯৯২ৰবিন গুৰুং, ভাৰতীয় ফুটবল খেলুৱৈ।
মৃত্যু
- ১৬০১টাইকো ব্ৰাহে, ছুইডেনৰ জ্যোৰ্তিবিজ্ঞানী।
- ১৯৯১ইস্মত চুগতাই, ভাৰতীয় উৰ্দু ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা।
- ২০১৩মান্না দে, ভাৰতীয় ধ্ৰপদী সংগীতৰ কণ্ঠশিল্পী।
- ২০১৭গিৰিজা দেৱী, বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ