অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱিমেনজ্ কলেজ, তিনিচুকীয়া

ৱিমেনজ্ কলেজ, তিনিচুকীয়া (Women's College, Tinisukia) তিনিচুকীয়াৰ এখন কলেজ৷

হালনাগাদ: ৭ এপ্ৰিল ২০২৪ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ৱিমেনজ্ কলেজ, তিনিচুকীয়া (Women's College, Tinisukia) তিনিচুকীয়াৰ এখন কলেজ৷ ১'''

ইতিহাস

কলেজখনৰ প্ৰতিষ্ঠা হয় ১৯৬৬ চনত৷ ২

প্ৰতিষ্ঠাকালৰ সৈতে জডিত ব্যক্তিসকল

  1. প্ৰয়াত অনাথ বন্ধু বোস
  2. প্ৰয়াত শান্তি ৰঞ্জন ভট্টাচাৰ্য্য
  3. প্ৰয়াত উমা প্ৰসন্ন দে
  4. প্ৰয়াত সুবোধ চন্দ্ৰ দে সৰকাৰ
  5. প্ৰয়াত পৃথ্বীশ চন্দ্ৰ ভাদুৰী

অধ্যক্ষসকলৰ তালিকা

  • উমা প্ৰসন্ন দে (১৯৬৬-১৯৭২)

পুথিভঁৰাল

  • উমাপ্ৰসন্ন দে পুথিভঁৰাল (প্ৰতিষ্ঠাঃ)

বিভাগসমূহ

  • অসমীয়া বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইংৰাজী বিভাগ
  • কম্পিউটাৰ বিভাগ
  • গণিত বিভাগ
  • গাৰ্হস্থ্য বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • পৰ্যটন বিভাগ
  • বাণিজ্য বিভাগ
  • বাংলা বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • শিক্ষাতত্ত্ব বিভাগ
  • সমাজতত্ত্ব বিভাগ
  • সংস্কৃত বিভাগ
  • হিন্দী বিভাগ

ছাত্ৰী নিবাস

  • এচ. চি. দে সৰকাৰ মেমৰিয়েল গাৰ্লছ হোষ্টেল, (প্ৰতিষ্ঠা-)

বাহ্যিক সংযোগ

  • কলেজখনৰ ৱেবচাইট []

তথ্যসূত্ৰ

  1. ↑ দেৱাশীষ ফুকন. (২০১৬). ৱিমেনজ্ কলেজ, তিনিচুকীয়াৰ খনিকৰসকল. কলেজ প্ৰকাশন. পৃ. ২৬
  2. ↑ কলেজখনৰ বিষয়ে. নিজা প্ৰকাশ

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিমেনজ্ কলেজ, তিনিচুকীয়া” প্ৰবন্ধৰ সংশোধন ৪১৭৪৫২ (৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।