ৱমেন'ছ এৰা (Woman's Era) হৈছে ইংৰাজী ভাষাত প্ৰকাশিত এখন ভাৰতীয় মহিলা পষেকীয়া আলোচনী।১২৩৪৫ ১৯৭৩ চনত বিশ্বনাথে তেওঁৰ প্ৰকাশন সংস্থা দিল্লী প্ৰেছৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ কৰিছিল।৬৭ আলোচনীখন দিল্লী প্ৰেছৰ মালিকানাধীন।৬ দিৱেশ নাথ ২০০২ চনৰ পৰা আলোচনীখনৰ পৰিচালন সম্পাদক হৈ আহিছে।
ৱমেন'ছ এৰা ত ফেশ্বন, ৰন্ধা-বঢ়া, চিনেমা আৰু কিতাপৰ পৰ্যালোচনা, স্বাস্থ্য, সম্পৰ্ক, সৌন্দৰ্য্য, জীৱনশৈলী, ভ্ৰমণ আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন বিষয় সামৰি লোৱাৰ লগতে সমাজ আৰু সাম্প্ৰতিক পৰিঘটনাৰ ওপৰত দৃষ্টিপাত কৰা হয়। ইয়াত কবিতা আৰু চুটি গল্প অন্তৰ্ভুক্ত আছে। ইণ্ডিয়ান ৰিডাৰশ্বিপ চাৰ্ভে (আই. আৰ. এছ.) ৰ জৰীপ অনুসৰি ৮০ নম্বৰৰ সৰ্বভাৰতীয় সূচকৰ সৈতে ফেমিনাৰ পিছত ই হৈছে দ্বিতীয় জনপ্ৰিয় মহিলা আলোচনী।৮
তথ্যসূত্ৰ
- ↑ Office Finder. resources.afaqs.com
- ↑ Grihshobha and Woman’s Era unveil the Biggest Magazine Cover. bestmediainfo.com
- ↑ Of recipes and G-spots: On India's 'magazine era'. dnaindia.com
- ↑ Our VP / Director’s exclusive Q&A session Woman’s Era Magazine. vitabiotics.in
- ↑ Women's Era. netexpress.co.in
- ↑ Dana McLachlin; Tara Dhakal; Pramada Menon. (Spring 2012). For All the Women You Are": National Identity, Gender, and Tradition/Modernity in Indian Women’s Magazines. School for International Training India
- ↑ (19 July 2015). http://www.dnaindia.com/lifestyle/report-of-recipes-and-g-spots-on-india-s-magazine-era-2105879
- ↑ Indian Readership Survey
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱমেন'ছ এৰা” প্ৰবন্ধৰ সংশোধন ৫৪৮৯৯১ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।