ৰেশমা নিলোফাৰ বিশালাক্ষী: Reshma Nilofer Visalakshi; এগৰাকী ভাৰতীয় সামুদ্ৰিক পাইলট যিয়ে বৰ্তমান সাগৰৰ পৰা কলকাতা আৰু হালদিয়া বন্দৰলৈ জাহাজ চলোৱাৰ কামত জড়িত।১ ২০১৮ চনত নদী পাইলট হিচাপে যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁ প্ৰথম ভাৰতীয়ৰ মহিলা মেৰিন পাইলটৰ লগতে বিশ্বৰ অতি কম সংখ্যক মহিলা মেৰিন পাইলটৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়।২ ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ভাৰতৰ মহিলা সবলীকৰণৰ বাবে ব্যতিক্ৰমী কামৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে।৩
২০১১ চনত প্ৰশিক্ষাৰ্থী হিচাপে কলকাতা বন্দৰ ট্ৰাষ্টত যোগদান কৰে আৰু ২০১৮ চনত হুগলী নদীৰ পাইলট হয়।৪ ৰাঁচীৰ বিৰলা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা মেৰিন টেকন'লজিত বি.ই.৫
লগতে চাওক
- অভিনন্দন বাৰ্থমন
তথ্যসূত্ৰ
- ↑ Gupta, Jayanta. (5 April 2018). First woman river pilot to start guiding ships soon · Kolkata News - Times of India. The Times of India
- ↑ (2018-04-05). Meet Chennai's Reshma Nilofer Naha, the World's 1st Woman River Pilot!. The Better India
- ↑ Gupta, Jayanta. (12 March 2019). India's only woman river pilot bags President award · Kolkata News - Times of India. The Times of India
- ↑ Woman conquers river and gender hurdle. www.telegraphindia.com
- ↑ Bisht, Bhawana. (2018-04-05). Meet Reshma Nilofar Naha Soon to be World's First Woman River Pilot. SheThePeople TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেশমা নিলোফাৰ বিশালাক্ষী” প্ৰবন্ধৰ সংশোধন ৪৯৩৯৯৭ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।