ৰূপম কুৰ্মী ( ইংৰাজী: Rupam Kurmi; মৃত্যু ৪ ফেব্ৰুৱাৰী ২০০৪) অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ ৷ তৰুণ গগৈৰ মন্ত্ৰীসভাৰ প্ৰাক্তন নিয়োগ আৰু কাৰুকাৰ্য্য বিভাগৰ মন্ত্ৰী, আৰু মৰিয়নীৰ অসম বিধানসভাৰ সদস্য আছিল ৷তেওৰ পুত্ৰ ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়ক আছিল আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপম কুৰ্মী” প্ৰবন্ধৰ সংশোধন ৫৬৭২০৯ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।