অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰুদ্ৰপদ দেৱালয়

ৰুদ্ৰপদ দেৱালয় তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱ‍ই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰুদ্ৰপদ দেৱালয় তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱ‍ই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈছে। পিছত আহোম স্বৰ্গদেউ চুতণফা‍ই ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ এই মন্দিৰ নিৰ্মান কৰে। মহাবাহু ব্ৰহ্মপুত্ৰ নদ নদীৰ খহনীয়াৰ গৰাহত পৰি মূখ্য মন্দিৰটো পানীত জাহ যায়। এই মন্দিৰৰ ওচৰ পাজৰৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলীহিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰপদ দেৱালয়” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৬৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।