ৰাশি ৰাও (Rashi Rao) এগৰাকী ভাৰতীয় মডেল যিগৰাকীয়ে মিছ আৰ্থ ইণ্ডিয়া ২০১৬ৰ মুকুট পিন্ধিছিল। ৰাশিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিছ আৰ্থ ২০১৬ প্ৰতিযোগিতাত। ১২৩৪
মিছ ডিভা ২০১৫ প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগীসকলৰ ভিতৰত অন্যতম আছিল ৰাও।৫ তেওঁ ২০১৬ চনত মিছ আৰ্থ ইণ্ডিয়া হিচাপে মুকুট পিন্ধিছিল॥ ২০১৫ চনৰ মিছ আৰ্থ ইণ্ডিয়া আইতাল খোছলাৰ পিছত ফিলিপাইনছত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০১৬ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২ ২০১৭ চনত মিছ ইণ্ডিয়া হিচাপে ট্ৰেছ ইন বিন অভিযানত ঘানাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Miss Earth beauties implementing Trash in Bin Campaign. Latest Pageant News
- ↑ (2016-10-03). Rashi Yadav is Miss Earth India 2016. TKOP
- ↑ (2016-10-12). Miss Earth 2016: 84 contestants walk in swimsuit; Rashi Yadav to represent India. IB Times
- ↑ Miss Earth 2016 Beauties for Ghana's "Trash in Bin" Campaign. Miss Eart TV
- ↑ (2016-05-12). Rashi Yadav: Road to Miss Earth 2016. IndiaTimes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাশি ৰাও” প্ৰবন্ধৰ সংশোধন ৬১৩২১৮ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।