অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হ'লি ৰাইটছ

হ'লি ৰাইটছ (Holy Rights) হ'ল ভাৰতৰ ট্ৰিপল তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ বিষয়ত ভাৰতীয় মুছলমান মহিলা আন্দোলনৰ কামৰ ওপৰত ফাৰহা খাতুনে পৰিচালনা কৰা ২০২০ চনৰ উৰ্দু তথ্যচিত্ৰ। ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হ'লি ৰাইটছ (Holy Rights) হ'ল ভাৰতৰ ট্ৰিপল তালাক সম্পৰ্কীয় মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ বিষয়ত ভাৰতীয় মুছলমান মহিলা আন্দোলনৰ কামৰ ওপৰত ফাৰহা খাতুনে পৰিচালনা কৰা ২০২০ চনৰ উৰ্দু তথ্যচিত্ৰ। ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল।১২৩৪

বঁটা আৰু স্বীকৃতি

হ'লি ৰাইটছ তথ্যচিত্ৰখনে সামাজিক বিষয়ৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে ২০২১ ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাগ-বতৰা কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ (21 March 2021). http://www.sundaytimes.lk/210321/magazine/goethe-institute-shows-film-on-triple-talaq-436511.html
  2. ↑ (22 December 2020). https://timesofindia.indiatimes.com/city/kolkata/city-directors-documentary-on-triple-talaq-makes-it-to-film-fests/articleshow/79846213.cms
  3. ↑ Chatterji, Shoma A. (2021-03-16). Holy Rights: Farha Khatun's celluloid statement against triple talaq. Indian Cultural Forum
  4. ↑ (13 May 2021). https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/farha-khatun-holy-rights-captures-the-desperation-that-enables-women-risk-everything-to-change-an-oppressive-system/articleshow/82598592.cms
  5. ↑ Dasgupta, Priyanka. (23 March 2021). Gumnaami, Jyeshthoputro bag national honours; Bong connection laurels in other categories, too. The Times of India

সম্পৰ্কিত শ্ৰেণী

২০২০ বৰ্ষৰ চলচ্চিত্ৰতথ্যচিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হ'লি ৰাইটছ” প্ৰবন্ধৰ সংশোধন ৪৭৯২২৯ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।