অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নূৰ জাহান (চলচ্চিত্ৰ)

নূৰ জাহান ১৯৬৭ চনৰ শ্বেখ মুখতাৰৰ প্ৰযোজনা আৰু মহম্মদ ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন বলীউড ছবি। ইয়াত মীনা কুমাৰী, প্ৰদীপ কুমাৰ, হেলেন আৰু ললিতা পাৱাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত মোগল সম্ৰাট জাহাংগীৰৰ বিংশতম আৰু শেষ পত্নী নূৰজাহানৰ জীৱনৰ কাল্পনিক চিত্ৰণ।

হালনাগাদ: ৬ জুন ২০২৫ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নূৰ জাহান ১৯৬৭ চনৰ শ্বেখ মুখতাৰৰ প্ৰযোজনা আৰু মহম্মদ ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন বলীউড ছবি।

ইয়াত মীনা কুমাৰী, প্ৰদীপ কুমাৰ, হেলেন আৰু ললিতা পাৱাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত মোগল সম্ৰাট জাহাংগীৰৰ বিংশতম আৰু শেষ পত্নী নূৰজাহানৰ জীৱনৰ কাল্পনিক চিত্ৰণ।

ৰোশন আছিল সংগীত পৰিচালক। আটাইকেইটা গীতৰ কথা লিখিছে শকীল বদায়ুনীয়ে।১২ ছবিখনৰ হিট গীতসমূহৰ ভিতৰত মহম্মদ ৰফি আৰু আশা ভোছলেৰ গোৱা "আপ জবছে কৰিব আয়ে হ্যায়" আৰু সুমন কল্যাণপুৰে গোৱা "শৰাবী শৰাবী" অন্যতম।৩

বঁটা

  • ১৯৬৮ – শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ১৫তম ফিল্মফেয়াৰ বঁটা - এ এ মজিদ ৪

তথ্যসূত্ৰ

  1. ↑ Noor Jehan (1967 film). Upperstall.com website
  2. ↑ Noor Jehan (1968) - film songs. Hindigeetamala website
  3. ↑ Noor Jehan (film) - cast and crew. Indian Cinema Heritage Foundation (Cinemaazi.com) website
  4. ↑ Filmfare Awards Winners List - scroll down to year 1968 (page 28 of 125). Googlepages.com website

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৬৭ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নূৰ জাহান (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১৫৬৮২ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।