হিলাৰি ক্লিণ্টন এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰীয় ৰাজনীতিক। তেওঁ ২০১৬ বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী। এনে সন্মান লাভ কৰা তেওঁ প্ৰথম আমেৰিকী মহিলা। তেওঁ পূৰ্বতে আমেৰিকাৰ ফাৰ্ষ্ট লেডী আছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী হিচাপে
ফাৰ্ষ্ট লেডীৰ ভূমিকা
জানুৱাৰী ১৯৯৩ত বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাত হিলাৰী ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা হ'ল। তেওঁৰ সংবাদ মাধ্যমৰ সচিবে দোহাৰিলে যে তেওঁ নিজৰ নামৰ সেই ৰূপেই ব্যৱহাৰ কৰিব। তেওঁ প্ৰথম ফাৰ্ষ্ট লেডী আছিল যাৰ প'ষ্ট গ্ৰেজুৱট ডিগ্ৰী আছিল। তদুপৰি, হুৱাইট হাউছত প্ৰৱেশৰ পূৰ্বেই কৰ্ম সংস্থাপন থকা প্ৰথম ফাৰ্ষ্ট লেডী হিচাপেও তেওঁ চিহ্নিত হ'ল।১ তেওঁ এনে প্ৰথম ফাৰ্ষ্ট লেডী যাৰ ইষ্ট ৱিঙৰ ফাৰ্ষ্ট লেডীৰ কাৰ্যালয় থকাৰ বাদে ৱেষ্ট ৱিঙতো কাৰ্যালয় আছিল।২ ইলিয়ানৰ ৰুচেভেল্টৰ পাছতেই তেওঁক আতাইতকৈ মুকলি ভাৱে শক্তি লাভ কৰা ৰাষ্ট্ৰপতিৰ পত্নী বুলিব পাৰি।৩৪



ইউ এছ চেক্ৰেটেৰি অৱ ষ্টেট
নিযুক্তি

নৱেম্বৰ ২০০৮ত বাৰাক অ'বামাই তেওঁৰ আগত ইউ এছ চেক্ৰেটেৰী অৱ ষ্টেট হোৱাৰ প্ৰস্তাৱ ৰাখিছিল।৫ প্ৰথমে অধিক আগ্ৰহী নহ'লেও, পাছলৈ তেওঁ মান্তি হ'ল। ২০ নৱেম্বৰত তেওঁ অ'বামাক কথাটো জনালে।৬৭ ১ ডিচেম্বৰত অবামাই ঘোষণা কৰিলে যে ক্লিণ্টন তেওঁৰ চেক্ৰেটেৰী অৱ ষ্টেটৰ নমিনি হ'ব। ক্লিণ্টন মন্তব্য কৰিলে যে তেওঁ চিনেট ত্যাগ কৰিব বিচৰা নাছিল, কিন্তু নতুন স্থানটো "কঠিন আৰু উৎসুকতাৰে পৰিপূৰ্ণ হ'ব"।
আন আন নিয়মৰ পাছত ১৩ জানুৱাৰী ২০০৯ত হিলাৰি চেক্ৰেতেৰি অৱ ষ্ট্ৰ্ট হ'ল।৮৯১০১১১২ যুক্তৰাষ্ট্ৰৰ কেবিনেটত কাম কৰা প্ৰথম প্ৰাক্তন লেডী হিচাপে হিলাৰি চিহ্নিত হ'ল।১৩


২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ
১২ এপ্ৰিল ২০১৫ত ক্লিণ্টনে ঘোষণা কৰিলে যে তেও ২০১৬ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা কৰিব।১৪
২৬ জুলাই ২০১৬ত তেওক আনুষ্ঠানিকভাৱে দেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী নিযুক্ত কৰা হ'ল।১৫
তথ্যসূত্ৰ
- ↑ Hillary Rodham Clinton. PBS
- ↑ Troy 2006, p. 71
- ↑ Troy 2006, p. xii
- ↑ Rajghatta, Chidanand. (January–February 2004). First Lady President?. Verve
- ↑ Allen and Parnes 2014, pp. 48–52
- ↑ Myers, Steven Lee. (July 1, 2012). Last Tour of the Rock-Star Diplomat. The New York Times Magazine. পৃ. 18–23, 49
- ↑ Allen and Parnes 2014, pp. 58–60
- ↑ (January 15, 2009). Senate panel backs Clinton as secretary of state. NBC News
- ↑ Falcone, Michael. (December 19, 2008). Bush Approves Bill Reducing Secretary of State's Pay. The New York Times
- ↑ Jones, Jeffrey M. (January 13, 2009). As Senate Hearings Begin, Hillary Clinton's Image Soars. Gallup Organization
- ↑ (January 15, 2009). Senate panel backs Clinton as secretary of state. NBC News
- ↑ Phillips, Kate. (January 21, 2009). Senate Confirms Clinton as Secretary of State. The New York Times
- ↑ Rudin, Ken. (December 1, 2008). Obama Brings Hillary to Cabinet, GOP to Ariz. State House. NPR
- ↑ Chozick, Amy. (April 12, 2015). Hillary Clinton Announces 2016 Presidential Bid. The New York Times
- ↑ Alan Rappeport, Yamiche Alcindor & Jonathan Martin, Democrats Nominate Hillary Clinton Despite Sharp Divisions,, New York Times (July 26, 2016)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলাৰি ক্লিণ্টন” প্ৰবন্ধৰ সংশোধন ৬০৮৮৪১ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।