অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হিদাৰী ভৱানী

হিদাৰী ভৱানী, হৈছে হেছপেৰিডে পৰিয়ালৰ এটা পখিলা। ইয়াক ভেইনড পামাৰ বুলিও জনা যায়। ১৮৮৯ চনত লিওনেল ডি নিচভিলে প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা কৰিছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হিদাৰী ভৱানী, হৈছে হেছপেৰিডে পৰিয়ালৰ এটা পখিলা। ইয়াক ভেইনড পামাৰ বুলিও জনা যায়। ১৮৮৯ চনত লিওনেল ডি নিচভিলে প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা কৰিছিল।১২৩ ই হিদাৰী ইৰাভাৰ দৰে, কিন্তু ইয়াৰ পাখিৰ পিছফালে তলৰফালে অসংখ্য মটিয়া বাদামী ট্ৰেন্সভাৰ্চ ষ্ট্ৰিয়াই আছে, যাৰদ্বাৰা ইয়াৰ চিনাক্তকৰণ কৰা হয়। কোষ্টা আৰু মলদ্বাৰৰ মধ্যাংশত ই এটা বাদামী ৰশ্মি প্ৰদৰ্শন কৰে। বাৰ্মাৰ আৰাকান উপকূল আৰু ভিয়েটনামৰপৰা ইয়াৰ প্ৰব্ৰজন হৈছে বুলি ধৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Varshney; Smetacek, Peter. (2015). A Synoptic Catalogue of the Butterflies of India. Butterfly Research Centre, Bhimtal & Indinov Publishing. পৃ. 55. ISBN 978-81-929826-4-9
  2. ↑ /sp/2788/Hidari-bhawani Hidari bhawani de Nicéville, (1889) – Veined Palmer. Butterflies of India. Indian Foundation for Butterflies
  3. ↑ Bisby, F. A.; Roskov, Y. R.; Orrell, T. M. (2011). Accepted scientific name: Hidari bhawani De Nicéville 1888 (accepted name). Catalogue of Life. Species 2000: Reading, UK

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিদাৰী ভৱানী” প্ৰবন্ধৰ সংশোধন ৬৩৮৭৩০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।