আদম ( آدم) আব্ৰাহামিক ধৰ্মত আদমক প্ৰথম মানৱ হিচাপে বিশ্বাস কৰা দেখা যায়। কোৰআনত বৰ্ণিত ইছলাম ধৰ্মৰ মতে আদম(আঃ) প্ৰথম মানুহ, প্ৰথম পয়গম্বৰ বা নবী। তেওঁৰ বুকুৰ এটা হাঁড়ৰ পৰা তেওঁৰ স্ত্ৰী হওআক "মানৱজাতিৰ মা" হিচাপে সৃষ্টি কৰা হৈছে বুলি ইছলাম ধৰ্মাৱলম্বী সকলে বিশ্বাস কৰে।১
তথ্যসূত্ৰ
- ↑ ইছলাম আৰু ইহুদীধৰ্মৰ নবী ঐতিহাসিক অভিধানত, পশ্চাদভাগ, আদম আৰু ইভ''।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদম” প্ৰবন্ধৰ সংশোধন ২৩৭৯০০ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।