মন্দিৰ
৭ প্ৰবন্ধ
-
মন্দিৰ
মন্দিৰ (ইংৰাজী: Temple; লেটিন templum শব্দৰ পৰা) হৈছে এটা উপাসনাৰ থলী, যিটো ঘৰ আধ্যাত্মিক ৰীতি-নীতি আৰু কাৰ্যকলাপ যেনে প্ৰাৰ্থনা আৰু বলিদানৰ বাবে ব্যৱহাৰ কৰা হয়।
-
গুণ্ডিচা মন্দিৰ
গুণ্ডিচা মন্দিৰ (ଗୁଣ୍ଡିଚା ମନ୍ଦିର), হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ মন্দিৰ চহৰত পুৰীত অৱস্থিত এটা হিন্দু মন্দিৰ। ই পুৰীত উদ্যাপিত বাৰ্ষিক ৰথ যাত্ৰাৰ গন্তব্যস্থান হোৱাৰ বাবে বিখ্যাত।
-
নাগনেচিয়া মাতা
নাগনেচিয়া মাতা বা নাগানেচি মাতা (চক্ৰেশ্বৰী বুলিও জনা যায়) হিন্দু দেৱী দেৱীৰ এটা ৰূপ। তেওঁ বিকানেৰ ৰাজ্যৰ মাৰৱাৰ ৰাজ্যৰ ৰাথোৰ ৰাজপুতসকলৰ কুলদেৱী আৰু তেওঁৰ মূল মন্দিৰ ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ নগানা গাঁৱত অৱস্থিত।
-
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ (Chottanikkara Bhagavathy Temple) কেৰালাৰ এৰ্ণাকুলাম জিলাৰ চোত্তানিক্কাৰা গাঁৱত অৱস্থিত ভগৱতী দেৱীৰ নামত উৎসৰ্গিত এটা হিন্দু মন্দিৰ। কোচিন দেৱস্বম ব’ৰ্ডে মন্দিৰটো পৰিচালনা কৰে। ব’ৰ্ডৰ অধীনত থকা ৪০৯টা মন্দিৰৰ ভিতৰত এইটো অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান।
-
বজ্ৰেশ্বৰী মন্দিৰ
শ্ৰী বজ্ৰেশ্বৰী যোগিনী দেৱী মন্দিৰ হৈছে মুম্বাইৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত ব্ৰজেশ্বৰী চহৰত অৱস্থিত ব্ৰজেশ্বৰী দেৱীৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ৷ পূৰ্বতে বদৱলী নামেৰে জনাজাত এই নগৰখনৰ নাম মন্দিৰৰ অধ্যক্ষ দেৱতাৰ সন্মানত বজৰেশ্বৰী নামেৰে নামাকৰণ কৰা হয়।
-
বদকুন্নাথন মন্দিৰ
বদকুন্নাথন মন্দিৰ (ইংৰাজী: Vadakkumnathan) হৈছে ভাৰতৰ কেৰালাৰ থ্ৰিচূৰ জিলাৰ থ্ৰিচূৰত অৱস্থিত শিৱৰ প্ৰতি উৎসৰ্গিত এটা প্ৰাচীন হিন্দু মন্দিৰ। এই মন্দিৰটো কেৰালাৰ স্থাপত্যশৈলীৰ এক ধ্ৰুপদী উদাহৰণ আৰু ইয়াৰ এটা কুথম্বালমৰ উপৰি চাৰিওফালে একোটাকৈ বিশাল টাৱাৰ আছে।
-
হাৰ্বিন কনফুচিয়াছ মন্দিৰ
হাৰ্বিন কনফুচিয়াছ মন্দিৰ হৈছে চীনৰ হেইলুংঝাং প্ৰদেশৰ হাৰ্বিন চহৰৰ নানগাং জিলাৰ কনফুচিয়াছ টেম্পল ষ্ট্ৰীটত অৱস্থিত এটা কনফুচিয়াছ মন্দিৰ। এই মন্দিৰটো চিং ৰাজবংশৰ স্থাপত্য শৈলীৰ অনুকৰণত নিৰ্মিত এক ভৱন সমূকূল।