মহাৰাণা হাম্মীৰ সিংহ দ্বিতীয়১ (১৭৬২ – ৬ জানুৱাৰী ১৭৭৮) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (মৃত্যু ১৭৭২–১৭৭৮)। তেওঁ আছিল মহাৰাণা দ্বিতীয় অৰি সিংহৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ ১৬ বছৰ বয়সত নিজ হাতত ৰাইফল ফাটি মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ কনিষ্ঠ ভাতৃ ভীম সিংহ মেৱাৰৰ পৰৱৰ্তী মহাৰাণা হৈ পৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাম্মীৰ সিংহ দ্বিতীয়” প্ৰবন্ধৰ সংশোধন ৫৭২১২৩ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।