অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হানি শিৱৰাজ

হানি শিৱৰাজ এজনী মালয়েছিয়াৰ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ মালয়েছিয়াৰ স্থানীয় তামিল ভাষাৰ চলচ্চিত্ৰ আপ্পালাম (২০১১)ত অভিনয় কৰিছিল। তদুপৰি, তেওঁ ভাৰতীয় তামিল ছবি বিৰিয়ানি (২০১৩)তো অভিনয় কৰিছিল।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হানি শিৱৰাজ এজনী মালয়েছিয়াৰ অভিনেত্ৰী আৰু মডেল আছিল।১ তেওঁ মালয়েছিয়াৰ স্থানীয় তামিল ভাষাৰ চলচ্চিত্ৰ আপ্পালাম (২০১১)ত অভিনয় কৰিছিল। তদুপৰি, তেওঁ ভাৰতীয় তামিল ছবি বিৰিয়ানি (২০১৩)তো অভিনয় কৰিছিল।২১

কৰ্মজীৱন আৰু ব্যক্তিগত জীৱন

শিৱৰাজে ২০১০ চনত অভিনেত্ৰী আৰু দূৰদৰ্শন অনুষ্ঠান পৰিচালক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। অভিনেত্ৰী হোৱাৰ আগতে, তেওঁ বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল।৩

২০১৫ চনৰ ১৩ এপ্ৰিল তাৰিখে কেঞ্চাৰৰ বাবে ২৯ বছৰ বয়সত শিৱৰাজৰ মৃত্যু হয়।৪৫৬

নিৰ্বাচিত চলচ্চিত্ৰ তালিকা

হানি শিৱৰাজ অভিনীত নিৰ্বাচিত চলচ্চিত্ৰসমূহ:

বছৰচলচ্চিত্ৰচৰিত্ৰভাষামন্তব্যউৎস
২০০৭যন্ত্ৰতামিল
২০১১আপ্পালাম
২০১১পাক কাদুকমালয়
২০১৩বিৰিয়ানিশ্ব্বেতাতামিলভাৰতীয় ছবি
আৰম্ভমভাৰতীয় ছবি অতিথি ৰূপ৭
অনুষ্ঠান

টেলিভিছন

  • তামিল পেছুম কাধানায়াগি (ৰাজ টিভি)

তথ্যসূত্ৰ

  1. ↑ FilmiClub. Haanii Shivraj. FilmiClub
  2. ↑ Astro Ulagam > Ragalai > ArticleDetails. astroulagam.com.my
  3. ↑ (১০ জানুৱাৰী ২০১২). Malaysian Indian Film Festival opens
  4. ↑ Biriyani actress Haanii Shivraj Anjana passed away!. iluvcinema.in
  5. ↑ Karthi’s Flirt in Biriyani is No More. cinepunch.in
  6. ↑ Malaysian Actress Haanii Shivraj Anjana Died. cinepunch.in
  7. ↑ India, The Hans. (১৪ এপ্ৰিল ২০১৫). Arrambam actress dies of cancer. www.thehansindia.com

সম্পৰ্কিত শ্ৰেণী

মালয়েছিয়ামডেলতামিল চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হানি শিৱৰাজ” প্ৰবন্ধৰ সংশোধন ৫৬৯৭৭৫ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।