হাড়ৌটী বা হাড়োটী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হাড়োটী অঞ্চলত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা ভাষী লোক ঘাইকৈ কোটা, বৰণ, বুণ্ডী আৰু ঝলাৱৰ জিলাত থাকে। তদুপৰী চুবুৰীয়া মধ্য প্ৰদেশৰ কোনো কোনো অঞ্চলতো এই ভাষা কোৱা হয়।
ব্যাকৰণ
এই ভাষাত নামবাচক এটি চিহ্ন আছে: /nɛ/ (নে), যি অন্য ৰাজস্থানী ভাষাসমূহত অনুপস্থিত।১
হাড়ৌটীত অন্য ভাৰতীত-আৰ্য ভাষাসমূহৰ দৰেই বিষয়-বস্তু-ক্ৰিয়া ক্ৰম ব্যৱহাৰ কৰা হয়।১ এই ভাষাৰ এটি বৈশিষ্ট্য হ'ল, যে হিন্দীৰ বিপৰীতে, ইয়াত এটি কৰ্তা চিহ্ন নিখুঁট ৰূপত থাকিব বা নাথাকিব পাৰে এই কথাৰ ওপৰত নিৰ্ভৰ কৰি যে এক্যুজেটিভ চিহ্নৰ প্ৰকৃতি কি।১
ভাষাটোৰ বাক্যৰ উদাহৰণ
| + | মানক ৰাজস্থানী | হাড়ৌটী | অসমীয়াত অৰ্থ |
| अठै (অঠৈ)) | अठी (অঠী) | ইয়াত | |
| वठै/ उठै (ৱঠৈ/ উঠৈ) | वठी/ उठी (ৱঠী/ উঠী) | তাত | |
| कोनी (কোনী) | कोइने/ कोने (কোইনে/ কোনে) | নহয় | |
| आवैलो/ आवैली (আৱৈলো/ আৱৈলী) | आवगो/ आवगी (আৱগো/ আৱগীi) | আহিম |
অধিক পঢ়ক
- Dwivedi. (2012). The Status of Haroti: An Enquiry into Rajastani Language
তথ্যসূত্ৰ
- ↑ Dwivedi. (2012). The Status of Haroti: An Enquiry into Rajastani Language
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাড়ৌতী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৬২৩৩৩ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।