অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হাটশিঙিমাৰী মহাবিদ্যালয়

হাটশিঙিমাৰী মহাবিদ্যালয় ( Hatsingimari College) অসমৰ দক্ষিণ শালমাৰা জিলাত হাটশিঙিমাৰীত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৮৭ চনত স্থাপন কৰা হৈছে। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

হাটশিঙিমাৰী মহাবিদ্যালয় ( Hatsingimari College) অসমৰ দক্ষিণ শালমাৰা জিলাত হাটশিঙিমাৰীত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৮৭ চনত স্থাপন কৰা হৈছে। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত।১২

চৌহদ

হাটশিঙিমাৰী মহাবিদ্যালয় পুথিভঁৰাল
হাটশিঙিমাৰী মহাবিদ্যালয় পুথিভঁৰালছবি: Globaledune · CC BY-SA 4.0

মহাবিদ্যালয়ৰ চৌহদখন ৪২ একৰ ভূমিৰে বিস্তৃত। আৰু ইয়াত পৰ্যাপ্ত ক্ৰীড়া আন্তঃগাঁথনি, বিস্তৃত লন, এটা প্ৰশাসনিক ব্লক, এটা কেন্দ্ৰীয় পুথিভঁৰাল, এটা হোষ্টেল কমপ্লেক্স, এটা পুখুৰী, এটা কেণ্টিন, এটা স্বাস্থ্য কেন্দ্ৰৰ লগতে এটা কেম্পাছত সুসজ্জিত বিজ্ঞান পৰীক্ষাগাৰ আৰু কম্পিউটাৰৰ সুবিধা আছে।

বিভাগসমূহ

বিজ্ঞান

কলা

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University
  2. ↑ JagaranJosh

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাটশিঙিমাৰী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৮১৮১ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।