অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সোঁৱালু

লিছিয়া ম’ন’পেটেলা (Litsea monopetala) হৈছে লিছিয়া (Litsea) গণৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ অসমীয়া নাম হৈছে সোঁৱালু। ইয়াক নেপালৰ অৰণ্যত পোৱা যায়। নেপালৰ বাহিৰেও কোমাওনৰ পৰা চিকিম, বাংলাদেশ, বাৰ্মা আৰু দক্ষিণ-পূৱ চীন ভাৰততো এই উদ্ভিদ পোৱা যায়। মুগা পলুৱে এই গছৰ পাত খায়।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

লিছিয়া ম’ন’পেটেলা (Litsea monopetala) হৈছে লিছিয়া (Litsea) গণৰ অন্তৰ্গত এবিধ উদ্ভিদ। ইয়াৰ অসমীয়া নাম হৈছে সোঁৱালু। ইয়াক নেপালৰ অৰণ্যত পোৱা যায়। নেপালৰ বাহিৰেও কোমাওনৰ পৰা ছিক্কিম, বাংলাদেশ, ম্যানমাৰ আৰু দক্ষিণ-পূৱ চীন১ ভাৰততো এই উদ্ভিদ পোৱা যায়।২ মুগা পলুৱে এই গছৰ পাত খায়।

ই প্ৰায় ১৮ মিটাৰলৈকে ওখ আৰু ব্যাসাৰ্ধ প্ৰায় ৬০ চেমি. হয়। কাঠৰ ঘনত্ব প্ৰায় ১৫% আৰু আৰ্দ্ৰতা ৫৪০ kg/cbm হয়।৩

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ Litsea monopetala (Roxb. ex Baker) Pers.
  3. ↑ Orwa et al.2009. Agroforestry Database 4.0 (www.worldagroforestry.org)

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোঁৱালু” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৮৭ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।