অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

সুপ্ৰতিস্থিত বৰ্মা

সুপ্ৰতিস্থিত বৰ্মা (Supratisthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০১৮ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

সুপ্ৰতিস্থিত বৰ্মা (Supratisthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ কুমাৰ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

লগতে পঢ়ক

  • Vasu, Nagendranath. The Social History of Kamarupa
  • Tripathi, Chandra Dhar. Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India: history, art, traditions. Indian Institute of Advanced Study
  • Wilt, Verne David. Kamarupa
  • Gorakhpuri, Raghupatisahaya. Kamarupa
  • Majumdar, Ramesh Chandra. Ancient India
  • Kapoor, Subodh. Encyclopaedia of ancient Indian geography
  • Sen, Sailendra Nath. Ancient Indian History and Civilization
  • Kapoor, Subodh. The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific
  • Sarkar, Ichhimuddin. Aspects of historical geography of Prāgjyotiṣa-Kāmarūpa (ancient Assam)
  • Deka, Phani. The great Indian corridor in the east
  • Pathak, Guptajit. Assam's history and its graphics
  • Samiti, Kāmarūpa Anusandhāna. Readings in the history & culture of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপুৰণি আৰু মধ্যযুগীয় অসমবৰ্মণ ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুপ্ৰতিস্থিত বৰ্মা” প্ৰবন্ধৰ সংশোধন ১৭৪৯৫৮ (১৪ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।