শুভদীপ সিং সিদ্ধু (জন্ম ১১ জুন ১৯৯৩ মৃত্যু ২৯ মে' ২০২২), পেছাগতভাৱে সিদ্ধু মুছে ৱালা নামেৰে জনাজাত। was an Indian singer and rapper.তেওঁ প্ৰধানকৈ পাঞ্জাবী-ভাষাৰ সংগীত আৰু চিনেমাত কাম কৰিছিল। মুছেৱালাক সৰ্বকালৰ অন্যতম প্ৰভাৱশালী আৰু সফল পঞ্জাবী ভাষা ৰেপাৰ হিচাপে গণ্য কৰা হয়।১২
তথ্যসূত্ৰ
- ↑ Wilson, Brock. (4 June 2022). Sidhu Moose Wala's musical legacy was being a voice for his culture. CBC News
- ↑ (31 May 2022). Sidhu Moose Wala: The murdered Indian rapper who 'made sense of chaos'. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিদ্ধু মূ্ছে ৱালা” প্ৰবন্ধৰ সংশোধন ৪৪৩১১১ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।