অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সাপেখাতী মহাবিদ্যালয়

সাপেখাতী মহাবিদ্যালয় (Sapekhati College) ১৯৮৮ চনত স্থাপন কৰা অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত এক মুখ্য আৰু সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সাপেখাতী মহাবিদ্যালয় (Sapekhati College) ১৯৮৮ চনত স্থাপন কৰা অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত এক মুখ্য আৰু সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

বিভাগ

কলা

  • অসমীয়া
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • সমাজ তত্ত্ব

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাপেখাতী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৫৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।