অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সতৰাম চাৰিঙীয়া ফুকন

সতৰাম চাৰিঙীয়া ফুকন আহোম ৰজাঘৰৰ কুকুৰাচোৱা বিষয়া ভূত আহোমৰ ঘৰত জন্ম হৈছিল। ১৮১০ চনত চন্দ্ৰকান্ত সিংহৰ কম বয়সতে ৰাজপাটত উঠাৰ কাৰণে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেখেতক ৰজাৰ লগৰীয়া পাতে। সেই সূত্ৰে সতৰামক চাৰিঙীয়া ফুকনৰ বাব দিয়া হৈছিল।

হালনাগাদ: ১২ মে’ ২০১৩ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সতৰাম চাৰিঙীয়া ফুকন টাই-আহোম জনগোষ্ঠী ৰজাঘৰৰ কুকুৰাচোৱা বিষয়া ভূত আহোমৰ ঘৰত জন্ম হৈছিল। ১৮১০ চনত চন্দ্ৰকান্ত সিংহৰ কম বয়সতে ৰাজপাটত উঠাৰ কাৰণে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেখেতক ৰজাৰ লগৰীয়া পাতে। সেই সূত্ৰে সতৰামক চাৰিঙীয়া ফুকনৰ বাব দিয়া হৈছিল। কালক্ৰমত সতৰাম চাৰিঙীয়া ফুকন ৰজাৰ আস্থাভাজন হৈ ক্ষমতাশালী হৈ উঠিছিল। ১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৫-২৮৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতৰাম চাৰিঙীয়া ফুকন” প্ৰবন্ধৰ সংশোধন ১২৩২২৩ (১২ মে’ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।