অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সত্যযুগ

সত্যযুগ (দেৱনাগৰী: सत्य युग) হ'ল হিন্দু শাস্ত্ৰ অনুযায়ী, চাৰিটা যুগৰ প্ৰথম যুগ। অন্য যুগসমূহ হ'ল ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। ব’হাগ মাহৰ শুক্ল পক্ষ তৃতীয়া তিথিত দেওবাৰে সত্যযুগৰ উৎপত্তি। ইয়াৰ পৰিমাণ ১৭,২৮,০০০ বছৰ। অৱতাৰ সংখ্যা চাৰিটা।

হালনাগাদ: ৩ জানুৱাৰী ২০২১ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

সত্যযুগ (দেৱনাগৰী: सत्य युग) হ'ল হিন্দু শাস্ত্ৰ অনুযায়ী, চাৰিটা যুগৰ প্ৰথম যুগ। অন্য যুগসমূহ হ'ল ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। ব’হাগ মাহৰ শুক্ল পক্ষ তৃতীয়া তিথিত দেওবাৰে সত্যযুগৰ উৎপত্তি। ইয়াৰ পৰিমাণ ১৭,২৮,০০০ বছৰ। অৱতাৰ সংখ্যা চাৰিটা। মৎস্য (মাছ), কূৰ্ম (কাছ), বৰাহ (গাহৰি), নৰসিংহ (মানুহ আৰু সিংহৰ সমন্বিত ৰূপ)। ছয়জন শাসক। সকলো পুণ্য আছিল, পাপ নাছিল। প্ৰাণ আছিল মজাৰ। মৃত্যু আছিল ইচ্ছাধীন। সোণৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল। বেদ আছিল সামবেদ। তীৰ্থ আছিল পুষ্কৰ তীৰ্থ। তাৰ ব্ৰহ্মনাম আছিল- নাৰায়ণৰ পৰা বেদ, নাৰায়ণৰ পৰা অক্ষৰা, নাৰায়ণৰ পৰা মুক্তি, নাৰায়ণৰ পৰা গতি। অৰ্থাৎ নাৰায়ণ পৰম বেদ, নাৰায়ণ পৰম অক্ষৰ, নাৰায়ণ পৰম মুক্তি, নাৰায়ণ পৰম গতি।

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যযুগ” প্ৰবন্ধৰ সংশোধন ২৫৭৫৮৫ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।