অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সতী সাবিত্ৰী (এইচ. এম. ৰেড্ডীৰ চলচ্চিত্ৰ)

সতী সাবিত্ৰী হৈছে ১৯৩৩ চনত এইচ. এম. ৰেড্ডীয়ে পৰিচালনা কৰা আৰু ভাৰত মুভি টোনৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় তেলেগু ভাষাৰ ছবি। ১৯৩৩ চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি পোৱা ছবিখনত অভিনয় কৰিছে ভি. ভি. চুব্বা ৰাও, কণ্ঠমণি কন্যা, কে এল কান্থাম আৰু এল ভি প্ৰসাদে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সতী সাবিত্ৰী হৈছে ১৯৩৩ চনত এইচ. এম. ৰেড্ডীয়ে পৰিচালনা কৰা আৰু ভাৰত মুভি টোনৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় তেলেগু ভাষাৰ ছবি।১ ১৯৩৩ চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি পোৱা২ ছবিখনত অভিনয় কৰিছে ভি. ভি. চুব্বা ৰাও, কণ্ঠমণি কন্যা, কে এল কান্থাম আৰু এল ভি প্ৰসাদে।৩৪

বম্বেত নিৰ্মিত সতী সাবিত্ৰীয়ে চি পুল্লায়াৰ পৰিচালনা আৰু কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানীয়ে নিৰ্মিত একে নামৰ আন এখন ছবিৰ সৈতে প্ৰতিযোগিতাৰ সন্মুখীন হয়।৫ পুল্লাইয়াৰ সংস্কৰণটোৱে ডাঙৰ সফলতা লাভ কৰিলেও এইচ এম ৰেড্ডীৰ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাছিল।৩৬

অভিনয় শিল্পী

ছবিখনত যমৰ চৰিত্ৰত ভি ভি চুব্বা ৰাও আৰু সাবিত্ৰীৰ চৰিত্ৰত কণ্ঠমণি কন্যাই অভিনয় কৰিছে৷ লগতে কে এল কান্থাম, হেম সিং, এল ভি প্ৰসাদ আদিয়েও বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছিল৷৭৩

তথ্যসূত্ৰ

  1. ↑ Rajadhyaksha, Ashish; Willemen, Paul. (2014). Encyclopedia of Indian Cinema. Routledge. পৃ. 642. ISBN 978-1-135-94318-9
  2. ↑ Sati Savitri promotional poster. Telugu Wikipedia
  3. ↑ Narasimham, M. L. (7 November 2010). Sati Savithri (1933). দ্য হিন্দু
  4. ↑ Sathi Savithri (H.M. Reddy) 1933. Indiancine.ma
  5. ↑ Sathi Savithri (C. Pullaiah) 1933. Indiancine.ma
  6. ↑ (2022-01-12). 65 ఏళ్ళ 'సతీ సావిత్రి'. NTV
  7. ↑ Sati Savitri (1933). Cinemaazi

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতী সাবিত্ৰী (এইচ. এম. ৰেড্ডীৰ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৪০২৫৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।