শৰ্মিলা সৰকাৰ(Sharmila Sarkar; জন্ম: ১ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য। তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য।১
প্ৰাথমিক জীৱন
শৰ্মিলা সৰকাৰৰ জন্ম পশ্চিমবংগৰ পূৰ্ব বৰ্ধমান জিলাৰ কটৱাৰ এটা দৰিদ্ৰ পৰিয়ালত হৈছিল। ১৯৯৫ চনত আগৰদ্বীপ ইউনিয়ন হাইস্কুলৰ পৰা তেওঁ মাধ্যমিক উত্তীৰ্ণ হৈ ১৯৯৭ চনত কাটোৱা কলেজত নামভৰ্তি কৰে। তাৰপিছত আৰ জি কৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ আৰু এম ডিত উত্তীৰ্ণ হৈ কলিকতা মেডিকেল কলেজত কেৰিয়াৰ আৰম্ভ কৰে।২ বৰ্তমান তেওঁ ডুমডুমত থাকে আৰু কলকাতাৰ কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত।৩৪৫
ৰাজনৈতিক জীৱন
২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত পশ্চিম বংগৰ বৰ্ধমান পূৰ্ব লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছে।৬৭৮
তথ্যসূত্ৰ
- ↑ (2024-06-04). West Bengal Election Result 2024 Live: Full list of winners - CNBC TV18. CNBCTV18
- ↑ ৰাজনীতিতে আনকোৰা শৰ্মিলাই প্ৰাৰ্থী পূৰ্বে
- ↑ মফঃস্বল থেকে লড়াই কৰে উত্থান, বৰ্ধমান পূৰ্বে তৃণমূলেৰ প্ৰাৰ্থী কে এই শৰ্মিলা?. Eisamay
- ↑ Gupta, Apromeya Datta. (2024-03-11). পূৰ্ব বৰ্ধমানেৰ তৃণমূল কংগ্ৰেস প্ৰাৰ্থী ড. শৰ্মিলা সৰকাৰ, ৰাজনীতিতে আনলেন কে?. Hindustantimes Bangla
- ↑ India Today. (13 July 2024). Doctors · Healthy corps
- ↑ (2024-06-04). Bardhaman Purba Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin. News18
- ↑ (2024-06-04). Bardhaman Purba, West Bengal Lok Sabha Election Results 2024 Highlights: Dr. Sharmila Sarkar Wins Seat by 248740 Votes. India Today
- ↑ (2024-06-04). Full List of winners in Lok Sabha Elections 2024. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্মিলা সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৭৬৩৪৯ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।