অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বীনা ভাৰ্কী

শ্বীনা নেলিকেল ভাৰ্কী (ইংৰাজী: Sheena Nellickal Varkey; জন্ম: ২২ নৱেম্বৰ ১৯৯২), কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ট্ৰিপল জাম্প ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ মহিলাৰ ট্ৰিপল জাম্প ইভেণ্টত ভাৰতীয় এথলেটিকছ দলৰ হৈ নাম অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

শ্বীনা নেলিকেল ভাৰ্কী (ইংৰাজী: Sheena Nellickal Varkey; জন্ম: ২২ নৱেম্বৰ ১৯৯২), কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ট্ৰিপল জাম্প ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ মহিলাৰ ট্ৰিপল জাম্প ইভেণ্টত ভাৰতীয় এথলেটিকছ দলৰ হৈ নাম অংশগ্ৰহণ কৰিছিল।১ ২০১৮ চনত এছিয়ান ইনড'ৰ চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰে।২

কেৰিয়াৰ

ভাৰ্কীয়ে ২০২৩ চনৰ জুন মাহত ওড়িশাৰ ভুৱনেশ্বৰ কলিংগা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰতীয় চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আস্তানা নুৰ-চুলতানত অনুষ্ঠিত হোৱা দশম ২০২৩ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে।৩৪ ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেহৰাণত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ট্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে।৫৬ ২০১৭ চনৰ জুলাই মাহত ওড়িশাৰ ভুবনেশ্বৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।৭৮৯ ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত লক্ষ্ণৌত অনুষ্ঠিত লক্ষ্ণৌ ইণ্ডিয়ান অ'পেন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা ২০১৪ চনৰ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ ৭ম স্থান লাভ কৰে। ২০১২ চনৰ অক্টোবৰ মাহত শ্বীনাই প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়নশ্বিপত বৃহৎ জয়ৰে লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (2023-08-26). Full list of Indian athletes for Asian Games 2023. Firstpost
  2. ↑ Asian Indoor Athletics Championships: Indian triple-jumper Sheena Nellckal Varkey bags silver medal. DNA India
  3. ↑ Nellickal Verkay SHEENA | Profile | World Athletics. worldathletics.org
  4. ↑ Sudarshan, M. (2023-02-12). Asian Indoor Athletics Championships 2023: India clinch silver, bronze in women's pole vault. Khel Now
  5. ↑ (2018-02-01). Triple jumper Sheena wins silver in Asian Indoor Athletics. The Times of India
  6. ↑ Scroll Staff. (2018-02-01). Asian Indoor Athletics: Sheena Nellckal Varkey bags silver in triple jump on day one. Scroll.in
  7. ↑ (11 July 2017). 2017 Asian Athletics Championships: India creates history, tops medal tally. JagranJosh
  8. ↑ Navneet Singh. (8 July 2021). Sudha Singh wins gold in Asian Athletics Championships steeplechase. Hindustan Times
  9. ↑ Jonathan Selvaraj. (8 July 2017). Asian Athletics Championships: Sudha Singh wins gold, Dutee bags her second medal on day 3. ESPN

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বীনা ভাৰ্কী” প্ৰবন্ধৰ সংশোধন ৬২৯১১৬ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।