শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমজন সম্পাদক৷ ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতাত অনুষ্ঠিত হোৱা সভাত তেওঁ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল৷১ ২
তথ্যসূত্ৰ
- ↑ Dutta, Uddipan. The Growth of Print Nationalism and Assamese Identity in Two Early Assamese Magazines. Sarai. পৃ. 6
- ↑ অসমৰ সংস্কৃতি আৰু আধুনিকীকৰণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱৰাম শৰ্মা বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৬১৩০৬৯ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।