অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিল্পী সিং

শিল্পী সিং (Shilpi Singh) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী ভাৰতৰ বিহাৰত গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ অধিকাৰ আৰু পুনৰ্বাসন, মানৱ সৰবৰাহৰ প্ৰতিৰোধ, বাল্যবিবাহ দিশত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শিল্পী সিং (Shilpi Singh) এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী১২৩ ভাৰতৰ বিহাৰত গ্ৰাম্য অঞ্চলত ভাৰতীয় মহিলাৰ অধিকাৰ আৰু পুনৰ্বাসন,৪ মানৱ সৰবৰাহৰ প্ৰতিৰোধ,৫ বাল্যবিবাহ৬ দিশত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত। ৭৮৯তেওঁ ভূমিকা বিহাৰ১০১১ নামৰ অ-লাভজনক প্ৰতিষ্ঠানটোৰ পৰিচালক৷ ১৯৯৬ চনত প্ৰান্তীয় লোকসকলক বিশেষকৈ বলপূৰ্বক বা আগতীয়াকৈ বিবাহৰ আশংকা থকা মহিলা আৰু ছোৱালীসকলক শিক্ষা আৰু দক্ষতা বিকাশৰ দ্বাৰা সৱলীকৰণ কৰাৰ উদ্দেশ্যেৰে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল তেওঁলোকৰ আৰ্থ-সামাজিক সুযোগসমূহ সম্প্ৰসাৰিত কৰা।১২১৩১৪

সমাজ কৰ্ম

তেওঁ বিহাৰৰ সীমাঞ্চল অঞ্চলৰ পৰা প্ৰায় ২৭৫ গৰাকী মহিলাক সৰবৰাহ হোৱাৰ পৰা উদ্ধাৰ কৰে। ১৫ ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ সহায় আগবঢ়াইছিল।,১৬১৭ তেওঁ ঘৰুৱা হিংসাৰ লগত পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে পোনপটীয়া সম্পৰ্ক থকা বুলি স্বীকাৰ কৰিছিল।১৬১৮৩১৯২০ সিঙে সংকট কেন্দ্ৰ মুকলি কৰাৰ পোষকতাত অংশগ্ৰহণ কৰিছিল য'ত উদ্ধাৰ কৰা মহিলাসকলে বৈষম্যমুক্ত আৰু চৰকাৰী সুৰক্ষা থকা ঠাইত সকলো সহায় লাভ কৰিব পাৰিব।২১ শিল্পী সিঙে নিজৰ সংস্থা ভূমিকা বিহাৰৰ জৰিয়তে কানাডাৰ দূতাবাস আৰু এন এছ এছ বিহাৰৰ সৈতে লিংগ সজাগতা আৰু সংবেদনশীলতাৰ বাবে প্ৰচাৰ চলাবলৈ যুৱ বক্তা সৃষ্টি কৰাৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।২২

বঁটা

১. ভিটাল ভইচ এণ্ড ৰিলায়েন্স ফাউণ্ডেশ্যনৰ মহিলা নেত্ৰী (২০২২-২০২৩) – সামাজিক সক্ৰিয়তাত নেতৃত্বৰ বাবে স্বীকৃতিপ্ৰাপ্ত।২৩২৪২৫ ২. ছিক্ৰেট ছুপাৰষ্টাৰ অভিযান (আমীৰ খান পদক্ষেপ) – তৃণমূল পৰ্যায়ৰ সক্ৰিয়তাত প্ৰভাৱশালী কামৰ বাবে বৈশিষ্ট্যযুক্ত।২৬২৭১২৮ ৩. আন্তৰ্জাতিক দৰ্শনাৰ্থী নেতৃত্ব কাৰ্যসূচী (IVLP) প্ৰতিনিধি (২০১৫) – মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ নেতৃত্বৰ বাবে আমেৰিকাৰ দূতাবাসে নিৰ্বাচিত।২২ ৪. এইচচিএলটেক গ্ৰাণ্টৰ চূড়ান্ত প্ৰতিযোগী (২০২২-২৩) – ভূমিকা বিহাৰে শিক্ষা শাখাত স্বীকৃতি লাভ কৰে আৰু "The Fifth Estate VOL.-VII" ত অংশগ্ৰহণ কৰে২৯

তথ্যসূত্ৰ

  1. ↑ Shilpi Singh. Vital Voices
  2. ↑ McClure, Tess; Dhillon, Amrit. (2023-06-28). Climate crisis linked to rising domestic violence in south Asia, study finds. The Guardian
  3. ↑ (23 June 2021). Patna diary. The New Indian Express
  4. ↑ Girl rescued from traffickers. www.telegraphindia.com
  5. ↑ Jha, Aditya Nath. (14 May 2013). Pregnant woman sold in Bihar for Rs. 11,000, rescued. Hindustan Times
  6. ↑ (19 September 2019). जिले में बाल विवाह के खिलाफ अलख जला रहीं शिल्पी सिंह. Hindustan Hindi. Hindustan
  7. ↑ Patel, Anupama. (2023-07-10). Increasing Domestic Violence In India Due To Warming Climate Study Shows. Feminism in India
  8. ↑ (14 April 2017). One Night Bride. www.youtube.com
  9. ↑ तिवारी, सीटू. (13 April 2019). शादी के बहाने बार-बार बेची जाती हैं यहां लड़कियां. BBC Hindi
  10. ↑ Vihar, Bhoomika. (14 January 2020). The Stop Slavery Hero Award. Thomson Reuters Foundation
  11. ↑ Bhoomika Vihar. www.endslaverynow.org
  12. ↑ Foundation, Azim Premji. Bhoomika Vihar. azimpremjifoundation.org
  13. ↑ Vihar, Bhoomika. Mission And Vision. www.bhoomikavihar.in
  14. ↑ Bihan, Bihar. (15 January 2023). Shilpi Singh. DD Bihar Channel
  15. ↑ Hasan, Waquar. (2022-09-13). Ground Report: Trafficking In Women Rife In Bihar's Seemanchal. www.indiaspend.com
  16. ↑ Tewary, Amarnath. (2017-04-21). Betrayed by their own blood. The Hindu
  17. ↑ Kumar, Roshan. (11 December 2016). Salute to girl power. The Telegraph
  18. ↑ (2023-01-03). Climate change puts more women at risk for domestic violence. Washington Post
  19. ↑ (2023-01-13). Climate change leaving more women at risk of GBV, globally. Nation
  20. ↑ Rising Temperatures Linked to Surge in Domestic Violence Against Women, Study Reveals. www.southasiatime.com
  21. ↑ One-stop aid for women in PMCH. www.telegraphindia.com
  22. ↑ Gender-sensitivity battle, via play. www.telegraphindia.com
  23. ↑ Katihar's daughter Shilpi Singh included among 50 women leaders of the country. Hindustan
  24. ↑ (2022-12-14). American organization Vital Voices and Reliance Foundation elected Bihar's daughter Shilpi Singh as Woman Leader for 2022-23 - Latest Bihar News · Current News of Bihar Pipa News - PiPa News
  25. ↑ रंजीता, (बि०प०). (14 December 2022). बिहार की बेटी शिल्पी सिंह को अमेरिकी संस्था वाइटल वॉइसेस और रिलायंस फ़ाउंडेशन ने 2022-23 के लिए चुना वुमन लीडर. Bihar Patrika. Bihar Patrika (in Hindi)
  26. ↑ NGO director's 'secret call' with Aamir. www.telegraphindia.com
  27. ↑ Aamir Khan Finds A Secret Superstar In Shilpi Singh · India.com. www.india.com
  28. ↑ Kumari, Kajal. (10 October 2017). बिहार: कटिहार की शिल्पी बनी आमिर खान की 'सीक्रेट सुपरस्टार'. Dainik Jagran. Jagran Online
  29. ↑ Chanana, Ruchika. (2023). The Fifth Estate VOL.-VII: NGOs Transforming Rural India in Environment, Health and Education. Rollibooks. পৃ. 190–193. ISBN 9789392130212

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সমাজকৰ্মীসমাজকৰ্মীনাৰীৰ অধিকাৰমানৱ অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পী সিং” প্ৰবন্ধৰ সংশোধন ৪৯১৮২৩ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।