অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শালিকী ঠুটিয়া কপৌ

শালিকী ঠুটিয়া কপৌ বা ডেণ্ড্ৰবিয়াম এফাইলাম হৈছে এবিধ অৰ্কিড। ইয়াক হুডেড অৰ্কিড নামেৰেও জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, দক্ষিণ চীন, পূব হিমালয় আৰু ইণ্ডোচাইনাৰ থলুৱা অৰ্কিড প্ৰজাতি।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শালিকী ঠুটিয়া কপৌ বা ডেণ্ড্ৰবিয়াম এফাইলাম হৈছে এবিধ অৰ্কিড। ইয়াক হুডেড অৰ্কিড নামেৰেও জনা যায়।১ এই অৰ্কিডবিধ বাংলাদেশ, দক্ষিণ চীন, পূব হিমালয় আৰু ইণ্ডোচাইনাৰ থলুৱা অৰ্কিড প্ৰজাতি।২৩

তথ্যসূত্ৰ

  1. ↑ Kalyanpur, Suresh. Dendrobium aphyllum. The Orchid Society of Karnataka
  2. ↑ Kew World Checklist of Selected Plant Families
  3. ↑ Flora of China v 25 p 379, 兜唇石斛 dou chun shi hu, Dendrobium cucullatum R. Brown, Bot.

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅৰ্কিডঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালিকী ঠুটিয়া কপৌ” প্ৰবন্ধৰ সংশোধন ৬২৫৭২৩ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।