অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ

শংকৰদেৱ শিশু নিকেতন, মাধপুৰ ২০০৮ চনত বিদ্যা ভাৰতীৰ অধীনত শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা কমিটীৰদ্বাৰা, মাধপুৰ গাঁৱত স্থাপিত হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০২৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণৰ হাৰ অটুট ৰাখিছে।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শংকৰদেৱ শিশু নিকেতন, মাধপুৰ ২০০৮ চনত বিদ্যা ভাৰতীৰ অধীনত শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা কমিটীৰদ্বাৰা, মাধপুৰ গাঁৱত স্থাপিত হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০২৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণৰ হাৰ অটুট ৰাখিছে।১

অৱস্থিতি

গাওঁ:- মাধপুৰ, পো.অ.:- ৰূপহী (চলচ্চিত্ৰ), জিলা:- বজালী, অসম পিন:- ৭৮১৩১৮ ২

শিক্ষক আৰু কৰ্মচাৰী

নিকেতনখনত বিভিন্ন বিষয়ৰ প্ৰায় ১৬জন শিক্ষক আৰু ২জন সহায়ক আৰু সৰ্বমুঠ প্ৰায় ২৫০ ৰো অধিক ছাত্ৰ -ছাত্ৰী পঢ়ি আছে।

তথ্যসূত্ৰ

  1. ↑ Sankardev Shishu Niketan A. icbse.com
  2. ↑ Sankardev Shishu Niketan 1. vidyabharatialumni.org

সম্পৰ্কিত শ্ৰেণী

শংকৰদেৱ শিশু/বিদ্যা নিকেতন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ” প্ৰবন্ধৰ সংশোধন ৫৭১৪৭১ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।