শংকৰদেৱ শিশু/বিদ্যা নিকেতন
৭ প্ৰবন্ধ
-
শংকৰদেৱ শিশু/বিদ্যা নিকেতন
শঙ্কৰদেৱ শিশু নিকেতন আৰু শঙ্কৰদেৱ বিদ্যা নিকেতন হৈছে বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সঞ্চালিত এক শ্ৰেণীৰ বিদ্যালয়। গুৱাহাটীৰ অম্বিকাগিৰি নগৰত প্ৰতিষ্ঠা কৰা শঙ্কৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ হৈছে এই প্ৰকাৰৰ প্ৰথম বিদ্যালয়।
-
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১০ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল।
-
শংকৰদেৱ শিশু নিকেতন, নকছাৰি
শংকৰদেৱ শিশু নিকেতন, নকছাৰি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমাৰ নকছাৰি অঞ্চলত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৯৪ চনত অঞ্চলটিৰ সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত।
-
শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও
শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়।
-
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল।
-
শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া
শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰত সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা…
-
শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ
শংকৰদেৱ শিশু নিকেতন, মাধপুৰ ২০০৮ চনত বিদ্যা ভাৰতীৰ অধীনত শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা কমিটীৰদ্বাৰা, মাধপুৰ গাঁৱত স্থাপিত হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০২৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণৰ হাৰ অটুট ৰাখিছে।