অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শঁলাল গাঁও

শঁলাল গাওঁ অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত এখন গাঁও। উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ঢকুৱাখনা, নাওবৈচা, নাৰায়ণপুৰ আদি শলাল গাঁৱৰ নিকটবৰ্তী চহৰ।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৪ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শঁলাল গাওঁ অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত এখন গাঁও। উত্তৰ লখিমপুৰ, বিহপুৰীয়া (নগৰ), ঢকুৱাখনা, নাওবৈচা, নাৰায়ণপুৰ আদি শলাল গাঁৱৰ নিকটবৰ্তী চহৰ।১

সাধাৰণ তথ্য

শঁলাল গাঁৱত ২৬২ পৰিয়ালে বাস কৰে। শঁলাল গাঁৱৰ জনসংখ্যা ১২৪৩-- ৬৩৪জন পুৰুষ আৰু ৬০৯জনী মহিলা। শঁলাল গাঁৱত প্ৰতি হাজাৰজন পুৰুষৰ মাজত ৯৬১জনী মহিলা আছে, যি অসমৰ গড় (৯৫৮)তকৈ অধিক। শঁলাল গাঁৱৰ সাক্ষৰতাও ৯৫.১৭ (২০১১ চনত), যি অসমৰ হাৰতকৈ অধিক।২

তথ্যসূত্ৰ

  1. ↑ allindiafacts.com/places/assam/lakhimpur/north-l All India Facts আহৰণ কৰা হৈছে ৩০/৩/২০১৫ ভাৰতীয় মান সময়
  2. ↑ www.census2011.co.in/data/village/288223-salal-g চেঞ্চাচ ২০১১ আহৰণ কৰা হৈছে ৩০/৩/২০১৫ ভাৰতীয় মান সময়

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওলখিমপুৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শঁলাল গাঁও” প্ৰবন্ধৰ সংশোধন ৪৪২৭৩৮ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।