অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দ-পৰ্বতীয়া

তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা শৈল দ্বাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰি-হৰ যুদ্ধ হৈছিল বুলিও ঠাৱৰ কৰা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমৰ দ-পৰ্বতীয়া নামৰ গাঁৱত থকা এখন প্ৰাচীন শিলৰ তোৰণ বা দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ দ-পৰ্বতীয়া শিলৰ তোৰণ নামে প্ৰখ্যাত। পৰ্যটকৰ বাবে এই তোৰণ বিশেষভাৱে আকৰ্ষণীয়। দ-পৰ্বতীয়াৰ ওচৰৰ ‘শিলিখা দলনি’ বোলা এক বিস্তীৰ্ণ পথাৰতে হৰি-হৰ যুদ্ধ হৈছিল বুলিও ঠাৱৰ কৰা হয়।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওশোণিতপুৰ জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ-পৰ্বতীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৫১৯৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।