অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লোগ ক্যা কহেংগে

লোগ ক্যা কহেংগে Log Kya Kahenge) ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই। গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লোগ ক্যা কহেংগে Log Kya Kahenge)১ ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই।১ ইয়াত সঞ্জীৱ কুমাৰ, শাবানা আজমী, শত্ৰুঘ্ন সিনহা আৰু নবীন নিচ্ছলে২৩ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। "লোগ ক্যা কহেংগে" নামটোৱে ভাৰতীয় সমাজত মহিলাসকলে সন্মুখীন হোৱা সাধাৰণ কলংকক বুজায়, যাৰ পৰা এক নিৰ্দিষ্ট ধৰণে আচৰণ আৰু পূৰ্ব-নিৰ্ধাৰিত বিবাহত সন্মতি দিয়াৰ আশা কৰা হয়। ছবিখন হত্যা আৰু ব্যভিচাৰৰ বিষয়বস্তুৰ সৈতে সম্বন্ধিত।

সাৰাংশ

ৰমাক এজন বিপত্নীকৰ সৈতে পূৰ্বতে নিৰ্ধাৰিত বিবাহ কৰিবলৈ বাধ্য কৰা হয়। তেওঁ স্বামী আৰু পুত্ৰক আৰু তেওঁৰ ওপৰত জাপি দিয়া জীৱনটোক ঘৃণা কৰিবলৈ লয়। তেওঁ আন এজন পুৰুষৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰে। এদিন তেওঁৰ সতীয়া পুত্ৰই তেওঁক অন্য মানুহৰ লগত আৱিষ্কাৰ কৰে। তেওঁ ল’ৰাটোক হত্যা কৰে যাতে সি তেওঁৰ স্বামীক সম্পৰ্কৰ কথা ক’ব নোৱাৰে। শেষত তেওঁৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটি স্বামীকো হত্যা কৰে আৰু তেওঁ উন্মাদ হৈ পৰে।

তথ্যসূত্ৰ

  1. ↑ Rai, Vinay. (2005). Rethinking India: toward an Indo-US partnership concord: changing hearts & mindsets. RF Publications. পৃ. 287. ISBN 978-81-902759-0-3
  2. ↑ LKK Movie Overview. বলিউড হাংগামা
  3. ↑ (19 March 2011). Filmography: Navin Nischol. হিন্দুস্তান টাইমছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৮২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোগ ক্যা কহেংগে” প্ৰবন্ধৰ সংশোধন ৪৯৫২০৩ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।