অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লিংগুয়া ফ্ৰাংকা নোভা

লিংগুয়া ফ্ৰাংকা নোভা, মূলতঃ পেনচিলভেনিয়াৰ শ্বিপেন্সবাৰ্গ বিশ্ববিদ্যালয়ৰ চি জৰ্জ ব'ৰীয়ে নিৰ্মাণ কৰা আৰু ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে বিকশিত কৰা এটা সহায়ক ভাষা। ইয়াৰ শব্দভাণ্ডাৰ ফৰাচী, ইটালীয়, পৰ্তুগীজ, স্পেনিছ, আৰু কাটালান আদি ৰোমান ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।

হালনাগাদ: ১৪ মাৰ্চ ২০২৩ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

লিংগুয়া ফ্ৰাংকা নোভা, মূলতঃ পেনচিলভেনিয়াৰ শ্বিপেন্সবাৰ্গ বিশ্ববিদ্যালয়ৰ চি জৰ্জ ব'ৰীয়ে নিৰ্মাণ কৰা আৰু ইয়াৰ বহু ব্যৱহাৰকাৰীয়ে বিকশিত কৰা এটা সহায়ক ভাষা। ইয়াৰ শব্দভাণ্ডাৰ ফৰাচী, ইটালীয়, পৰ্তুগীজ, স্পেনিছ, আৰু কাটালান আদি ৰোমান ভাষাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগুয়া ফ্ৰাংকা নোভা” প্ৰবন্ধৰ সংশোধন ৩৪৮৭৩১ (১৪ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।