লাচিত বৰফুকন পুলিচ একাডেমী (ইংৰাজী: Lachit Barphukan Police Academy) গোলাঘাট জিলাৰ দেৰগাঁৱত অন্তৰ্গত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ।১ পূৰ্বতে অসমআৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় নামেৰে পৰিচিত এই প্ৰশিক্ষণ কেন্দ্ৰ অসমৰ বীৰ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই লাচিত বৰফুকন পুলিচ একাডেমী নামেৰে নামকৰণ কৰা হৈছে। ২০২৫ চনৰ ১৫ মাৰ্চ তাৰিখে ভাৰতৰ বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে।২
তথ্যসূত্ৰ
- ↑ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উদ্বোধন. Press Information Bureau. Government of India
- ↑ Inaugurated the Lachit Barphukan Police Academy in Dergaon, Assam. Amit Shah Official Website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাচিত বৰফুকন পুলিচ একাডেমী” প্ৰবন্ধৰ সংশোধন ৬৪০২৯১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।