যোগিন্দৰ সিং বেদী (Joginder Singh Bedi) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড পেৰালিম্পিক খেলুৱৈ।১ তেওঁ ১৯৮৪ চনৰ ষ্টোক মেণ্ডেভিল গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ তিনিটা পদক জিকিছিল।২ তেওঁ লাভ কৰা পদককেইটা হৈছে: শ্বট পুট এল৬ শ্ৰেণীত ৰূপৰ পদক, জেভলীন এফ৪৬ শ্ৰেণীত ব্ৰঞ্জৰ পদক আৰু ডিচকাচ থ্ৰ' এফ৪৬ শ্ৰেণীত ব্ৰঞ্জৰ পদক।৩
তথ্যসূত্ৰ
- ↑ International Paralympic Committee - Joginder Singh Bedi. International Paralympic Committee
- ↑ Shrikant, B. (22 August 2012). Forgotten hero: India's first Paralympic gold medallist. Hindustan Times
- ↑ Aug 23, PTI / Updated:; 2021; Ist, 12:54. India at Paralympics: Meet the past medallists
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগিন্দৰ সিং বেদী” প্ৰবন্ধৰ সংশোধন ২৯৩২৫৩ (১ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।