অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগিতা বালী

যোগিতা বালী ( Yogeeta Bali; জন্ম: ১৩ আগষ্ট ১৯৫২) এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী। ১৯৭০ দশকৰ আৰম্ভণিৰ পৰা ১৯৮০ দশকৰ শেষলৈকে তেওঁ সক্ৰিয় আছিল।

হালনাগাদ: ৫ জুন ২০২৫ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

যোগিতা বালী ( Yogeeta Bali; জন্ম: ১৩ আগষ্ট ১৯৫২)১ এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী। ১৯৭০ দশকৰ আৰম্ভণিৰ পৰা ১৯৮০ দশকৰ শেষলৈকে তেওঁ সক্ৰিয় আছিল।২

জীৱনী

যোগিতা বালিৰ জন্ম হৈছিল ১৯৫২ চনৰ ১৩ আগষ্টত।৩ তেওঁ অভিনেত্ৰী গীতা বালীৰ ভতিজী।৪

১৯৭৬ চনত বালীয়ে কিশোৰ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৭৮ চনত বিবাহ বিচ্ছেদ কৰে। ১৯৭৯ চনত মিথুন চক্ৰৱৰ্তীক বিয়া কৰায়।৫ তেওঁলোকৰ তিনিজন পুত্ৰ-মহাঅক্ষয়, উষ্মেই, নমাশী আৰু এগৰাকী কন্যা দিশানী।৬ মহাঅক্ষয়, অৰ্থাৎ "মিমোহ" এজন অভিনেতা, আনহাতে নমাশীৰ বেড বয় ছবিত অভিষেক ঘটে।৭

তথ্যসূত্ৰ

  1. ↑ Sharma, Shishir Krishna. (23 Mar 2020). "Ankhiyon Ke Jharokhon Se" - Hemlata. Cinemaazi
  2. ↑ Yogeeta Bali profile. in.com
  3. ↑ (13 August 2019). मजाक में किशोर कुमार की तीसरी पत्नी बन गईं थीं योगिता, 2 साल में तलाक देकर रचाई इस एक्टर से शादी. Amar Ujala
  4. ↑ (2 July 2018). Mithun Chakraborty's wife Yogeeta Bali, son Mahaakshay face rape, cheating charges; Delhi court orders FIR. Firstpost
  5. ↑ (4 August 2014). Kishore Kumar: The singer with a magnetic aura. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (7 July 2021). Photos: Meet Mithun Chakraborty's beautiful daughter Dishani Chakraborty who wishes to become a movie star. DNA India
  7. ↑ (17 October 2020). FIR registered against Mithun Chakraborty's son Mahaakshay, wife Yogeeta Bali on charges of rape, cheating. Firstpost

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগিতা বালী” প্ৰবন্ধৰ সংশোধন ৫১৫০৩৫ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।