মিহিৰ কান্তি সোম অসমৰ এজন ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে উদাৰবন্দ বিধান সভা সমষ্টিৰপৰা নিৰ্বাচিত হৈছে।১২৩তেওঁ বৰ্তমান কুম্ভীৰগ্ৰামত বাস কৰে। তেওঁৰ পিতৃ অঞ্চলটোৰ এজন সুপৰিচিত সমাজকৰ্মী আছিল। ৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহিৰ কান্তি সোম” প্ৰবন্ধৰ সংশোধন ৬১৮১৯৫ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।