অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মিকুমি ৰাষ্ট্ৰীয় উদ্যান

মিকুমি ৰাষ্ট্ৰীয় উদ্যান (Mikumi National Park) খন টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলত অৱস্থিত আৰু এই ৩,২৩০ কিলোমিটাৰ (১,২৫০ স্কোৱাৰ মিটাৰ) মাটিকালিৰ উদ‍্যানখন ১৯৬৪ চনত গঠন কৰা হৈছিল। এই উদ‍্যানখন টাঞ্জানিয়াৰ চতুৰ্থ সৰ্ববৃহত ৰাষ্ট্ৰীয় উদ্যান। টাঞ্জানিয়াৰ এ-৭ ৰাষ্ট্ৰীয় পথ এই উদ‍্যানৰ মাজেৰে পাৰ হৈ গৈছে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৫ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মিকুমি ৰাষ্ট্ৰীয় উদ্যান (Mikumi National Park) খন টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলত অৱস্থিত আৰু এই ৩,২৩০ কিলোমিটাৰ (১,২৫০ স্কোৱাৰ মিটাৰ) মাটিকালিৰ উদ‍্যানখন ১৯৬৪ চনত গঠন কৰা হৈছিল। এই উদ‍্যানখন টাঞ্জানিয়াৰ চতুৰ্থ সৰ্ববৃহত ৰাষ্ট্ৰীয় উদ্যান। টাঞ্জানিয়াৰ এ-৭ ৰাষ্ট্ৰীয় পথ এই উদ‍্যানৰ মাজেৰে পাৰ হৈ গৈছে।১

ভৌগলিক বিৱৰণ

মিকুমি ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে 'চেলাছ গেম ৰিজাভ' (Selous Game Reserve) অৱস্থিত আৰু এই অৱস্থিতিয়ে এক বিশেষ পৰিস্থিতিতন্ত্ৰৰ সৃস্টি কৰিছে। ইয়াৰ ওপৰিও উদ্যানখনৰ পৰিসীমাত ওডযোংৱা পৰ্বত(Udzungwa Mountains) আৰু ওলোগোৰো পৰ্বত (Uluguru Mountains) অৱস্থিত। এই উদ্যানৰ মাজত অৱস্থিত মালোনডে পৰ্বত (Malundwe Mountain) উদ্যানৰ পূৱৰ পৰা পশ্চিমলৈ বিয়পি আছে আৰু এই পৰ্বত ওলোগোৰো পৰ্বতৰ লগত ওভিদুন্দা (Uvidunda) পৰ্বতৰ উত্তৰ পূৱ সীমাত আৰু ওডযোংৱা পৰ্বতৰ পশ্চিম সীমাত লগ লগাইছে। ১

তথ্যসূত্ৰ

  1. ↑ Collett, L.; Hawkins, D.; Ho, C. (2007). A description and evaluation of Malundwe Mountain forest in Mikumi National Park, Tanzania

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিকুমি ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৬৭১২৬ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।