মাৱেছ ভাষা ইণ্ডোনেছিয়াৰ এটা বিলুপ্ত পাপুয়ান ভাষা।
আশ্বাৰে (২০২০) ধাৰণা কৰিছে যে, এই ভাষাৰ সৈতে কুৱেৰবিক ভাষাৰ সম্পৰ্ক থাকিব পাৰে।১ ফ'লেই (২০১৮) আৰু হামাৰষ্ট্ৰমে (২০১০)২ মাৱেছ ভাষাক বিচ্ছিন্ন হিচাপে শ্ৰেণীভুক্ত কৰিছে।৩ ২০০৬ চনত ইয়াৰ ৮৫০জন স্থানীয়ভাষী আছিল যদিও ২০২৪ চনৰ ভিতৰত ই বিলুপ্ত হৈ পৰিছিল।৪
তথ্যসূত্ৰ
- ↑ New Guinea World
- ↑ Harald Hammarström. 2010. The Genetic Position of the Mawes Language. Paper presented at the Workshop on the Languages of Papua 2, 8–12 February 2010, Manokwari, Indonesia
- ↑ Foley, William A. (2018). The Languages and Linguistics of the New Guinea Area: A Comprehensive Guide. The World of Linguistics. De Gruyter Mouton. পৃ. 433–568. ISBN 978-3-11-028642-7
- ↑ (8 March 2024). 11 Indigenous Languages Declared Extinct: Education Ministry. Jakarta Globe
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৱেছ ভাষা” প্ৰবন্ধৰ সংশোধন ৬০৯২৯৭ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।