অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মামী

মামী (Mummy) হ'ল প্ৰাচীন ইজিপ্টৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা মানুহ (বা আন জীৱৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল।

হালনাগাদ: ৮ জুন ২০২১ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মামী (Mummy) হ'ল প্ৰাচীন ইজিপ্টৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা মানুহ (বা আন জীৱৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে প্ৰাচীন ইজিপ্টৰ (এতিয়াৰ ইজিপ্তৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।১ মিছৰবাসীসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছত মৃতদেহৰ কোনো অনিষ্ট নহ'লে তেওঁ জীৱিত অৱস্থাত থকাৰ দৰে স্বৰ্গত বাস কৰিবলৈ পায়।২

তথ্যসূত্ৰ

  1. ↑ Dunn, Jimmy. (22 August 2011). An Overview of Mummification in Ancient Egypt
  2. ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামী” প্ৰবন্ধৰ সংশোধন ২৮১২৫৭ (৮ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।