অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহম্মদ ৰেজা ইছলামী

মহম্মদ ৰেজা ইছলামী ১৯৪৫ চনত জন্মগ্ৰহণ কৰা এজন ইৰানী বিজ্ঞানী আৰু ইৰানৰ তেহৰাণত অৱস্থিত তেহৰাণ পলিটেকনিকৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক।

হালনাগাদ: ১৮ জুন ২০২৬ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

মহম্মদ ৰেজা ইছলামী ১৯৪৫ চনত জন্মগ্ৰহণ কৰা এজন ইৰানী বিজ্ঞানী আৰু ইৰানৰ তেহৰাণত অৱস্থিত তেহৰাণ পলিটেকনিকৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক।

শিক্ষা

  • পিএইচডি – লুইচিয়ানা ষ্টেট ইউনিভাৰ্চিটি, বেটন ৰুজ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ১৯৭৩
  • এমএছচি – লুইচিয়ানা ষ্টেট ইউনিভাৰ্চিটি, বেটন ৰুজ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ১৯৭০
  • বিএছচি – আমিৰকাবিল ইউনিভাৰ্চিটি অৱ টেকন'লজী (তেহৰাণ পলিটেকনিক), তেহৰাণ, ইৰান, ১৯৬৮

স্বীকৃতি আৰু বঁটা

  • এএছএমই ফেলো, ২০০১
  • এআইএএ সহযোগী ফেলো, ১৯৯৬
  • ইৰান বিজ্ঞান একাডেমীৰ ফেলো, যান্ত্ৰিক অভিযান্ত্ৰিক শাখাৰ মুৰব্বী (১৯৯২–৯৫), অভিযান্ত্ৰিক শাখাৰ অধ্যক্ষ (২০০৩-২০০৫, ২০১৯,...)
  • ইৰানীয়ান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছৰ সন্মানীয় সদস্য সমিতিৰ ৰাষ্ট্ৰীয় সম্পাদক১
  • বিশিষ্ট অধ্যাপক; আমিৰকাবিল ইউনিভাৰ্চিটি অৱ টেকন'লজী, ১৯৯১, ১৯৯৭ আৰু ২০০২
  • এএছএমই ১৯৯৪ বঁটা ফলক, আমেৰিকান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ, এএছএমই-ইএছডিএ সন্মিলন, লণ্ডন, জুলাই ১৯৯৪
  • আইএছএমই ১৯৯৬ ফলক প্ৰাপক, ৰাষ্ট্ৰীয় বিশিষ্ট অধ্যাপক
  • এএছএমই ১৯৯৬ বঁটা ফলক, এএছএমই-ইএছডিএ সন্মিলন, মণ্টপেলিয়াৰ, ফ্ৰান্স, জুলাই ১৯৯৬
  • ১৯৯৮ ইছডিএ বঁটা ফলক, চচাইটি ফৰ ডিজাইন এণ্ড প্ৰচেছ ছায়েন্স, ইণ্টিগ্ৰেটেড ডিজাইন এণ্ড প্ৰচেছ টেকন'লজীৰ তৃতীয় বিশ্ব সন্মিলন, ১৯৯৮, বাৰ্লিন, জাৰ্মানি
  • এএছএমই বঁটা ফলক, আমেৰিকান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ, পেট্ৰ'লিয়াম ডিভিজন, ইএছডিএ ২০০০ সন্মিলন, মণ্ট্ৰাক্স, চুইজাৰলেণ্ড, ১০–১৩ জুলাই, ২০০০
  • এএছএমই পেট্ৰ'লিয়াম ডিভিজন মেডেল, আমেৰিকান চচাইটি অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ, পেট্ৰ'লিয়াম ডিভিজন, ইএছডিএ ২০০০ সন্মিলন, মণ্ট্ৰাক্স, চুইজাৰলেণ্ড, ১০–১৩ জুলাই, ২০০০
  • ৰাষ্ট্ৰীয়ভাৱে বিশিষ্ট গৱেষক, উচ্চ শিক্ষা মন্ত্ৰ্যালয়, ইৰান, ২০০২
  • ৰাষ্ট্ৰীয়ভাৱে বিশিষ্ট অধ্যাপক, উচ্চ শিক্ষা মন্ত্ৰ্যালয়, ইৰান, ২০০৩

গ্ৰন্থসমূহ

  • সম্পাদক: ডিজাইন: এনালিচিছ, চিহ্নেচিছ, এণ্ড এপ্লিকেচন, ভলিউম চি, প্ৰকাশক: এএছএমই, নিউয়ৰ্ক, ১৯৯৪ ২
  • সহ-সম্পাদক: ডিজাইন: এনালিচিছ, চিহ্নেচিছ, এণ্ড এপ্লিকেচন, ভলিউম এ, প্ৰকাশক: এএছএমই, নিউয়ৰ্ক, ১৯৯৪
  • সহ-সম্পাদক: ডিজাইন: এনালিচিছ, চিহ্নেচিছ, এণ্ড এপ্লিকেচন, ভলিউম বি, প্ৰকাশক: এএছএমই, নিউয়ৰ্ক, ১৯৯৪
  • সম্পাদক: কম্পিউটেশ্যনেল এণ্ড থাৰ্মোমেকানিক, প্ৰচিডিংস অব এএচএমই-ইএছডিএ কনফাৰেন্স, এএছএমই, নিউয়ৰ্ক, ১৯৯৬
  • সহ-সম্পাদক: জেনেৰেল ডিজাইন এনালিচিছ, কনচিডাৰেশ্যনছ এণ্ড এপ্লিকেচন্‌ছ — এডুকেচন, ভলিউম ৬, এছডিপীএছ, টেক্সাছ, ১৯৯৮
  • হেটনাৰ্স্কি, আৰ.বি. আৰু ইছলামী, এম.আৰ.: থাৰ্মেল ষ্ট্ৰেচেছ, এডভান্সড থিয়ৰী এণ্ড এপ্লিকেচন্‌ছ, স্প্ৰীংগাৰ, নেদাৰলেণ্ড, ২০০৯
  • হেটনাৰ্স্কি, আৰ.বি. আৰু ইছলামী, এম.আৰ.: থাৰ্মেল ষ্ট্ৰেচেছ, এডভান্সড থিয়ৰী এণ্ড এপ্লিকেচন্‌ছ, দ্বিতীয় সংস্কৰণ, স্প্ৰীংগাৰ, চুইজাৰলেণ্ড, ২০১৯
  • ইছলামী, এম.আৰ., হেটনাৰ্স্কি, আৰ.বি., ইগনাচাক, জে., নোডা, এন., চুমি, এন., তানিগাৱা, ৱাই.: থিয়ৰী অৱ ইলাষ্টিচিটি এণ্ড থাৰ্মেল ষ্ট্ৰেচেছ, প্ৰব্লেমছ এণ্ড চলিউচন্‌ছ, স্প্ৰীংগাৰ, নেদাৰলেণ্ড, ২০১৩
  • লেখক: এ ফাৰ্ষ্ট কোৰ্চ ইন ফাইনাইট এলিমেণ্ট এনালিচিছ, আমিৰকাবিল ইউনিভাৰ্চিটি প্ৰেছ, ২০০৩
  • লেখক: ফাইনাইট এলিমেণ্টছ মেথডছ ইন মেকানিক্স, স্প্ৰীংগাৰ, চুইজাৰলেণ্ড, ২০১৪
  • লেখক: বাকলিং এণ্ড প'ষ্টবাকলিং অৱ বিমছ, প্লেটছ, এণ্ড চেলছ, স্প্ৰীংগাৰ, চুইজাৰলেণ্ড, ২০১৮
  • গ্ৰন্থ অংশ - থাৰ্মেল ষ্ট্ৰেচেছ ইন ঠিক এফজিএম প্ৰেচাৰ ভেচেলছ, প্ৰেচাৰ ভেচেলছ এণ্ড পাইপিং: ক’ডছ, ষ্টেণ্ডাৰ্ডছ, ডিজাইন এণ্ড এনালিচিছ গ্ৰন্থত অন্তৰ্ভুক্ত, সম্পাদক: বলদেৱ ৰাজ, বি.কে. চৌধুৰী আৰু ভেলুচামী, নাৰোছা পাব্লিচিং হাউচ, ২০০৭, ভাৰত

তথ্যসূত্ৰ

  1. ↑ Iranian Society Of Mechanical Engineers
  2. ↑ M. R. Eslami Webpage

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিযন্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ ৰেজা ইছলামী” প্ৰবন্ধৰ সংশোধন ৬১২৯৮১ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।