মদাৰ (Erythrina variegata; বৈজ্ঞানিক নামকৰণ পদ্ধতি: Erythrina variegata) হৈছে ইৰিথ্ৰিনা গণৰ অন্তৰ্গত পুষ্পবৃক্ষবিশেষ।১২ বাংলাদেশত বহু কেইটা প্ৰজাতিৰ মদাৰ গছ দেখিবলৈ পোৱা যায়।৩
আৱাসভূমি
উষ্ণমণ্ডলীয় আৰু নাতিশীতোষ্ণমণ্ডলীয় উভয় পৰিৱেশতই এই বৃক্ষ জন্মে। উত্তৰাঞ্চলীয় আফ্ৰিকাৰ দেশসমূহ, ভাৰতীয় উপমহাদেশ, অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল, ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জসহ প্ৰশান্ত মহাসাগৰতীৰৱৰ্তী পশ্চিমাঞ্চলীয় এলেকা পৰা আৰম্ভ কৰি ফিজিৰ পূৰ্বাংশলৈকে মদাৰ দেখা পোৱা যায়।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মদাৰ” প্ৰবন্ধৰ সংশোধন ৫৪০৯০৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।