অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভোডাফ'ন ভাৰত

পূৰ্বতে ভোডাফ'ন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফ'ন ভাৰত দেশৰ তৃতীয় বৃহত্তম ম'বাইল সেৱা যোগানকাৰী প্ৰতিষ্ঠান। গ্ৰাহকৰ পৰিসংখ্যাৰ তথ্যৰ পৰা এয়াৰটে'ল আৰু ৰিলায়েন্স কমিউনিকেছনছৰ পিছতেই ভোডাফ'ন ভাৰতৰ স্থান।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পূৰ্বতে ভোডাফ'ন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফ'ন ভাৰত দেশৰ তৃতীয় বৃহত্তম ম'বাইল সেৱা যোগানকাৰী প্ৰতিষ্ঠান। গ্ৰাহকৰ পৰিসংখ্যাৰ তথ্যৰ পৰা এয়াৰটে'ল আৰু ৰিলায়েন্স কমিউনিকেছনছৰ পিছতেই ভোডাফ'ন ভাৰতৰ স্থান। মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা প্ৰতিষ্ঠানটোৱে প্ৰায় সমগ্ৰ দেশতেই ম'বাইল দূৰসংযোগ সেৱা আগবঢ়ায়।১ নৱেম্বৰ ২০১১ ৰ তথ্য অনুসৰি দেশত বৰ্তমান ভোডাফ'নৰ গ্ৰাহকৰ সংখ্যা প্ৰায় ১৪৬.৮৪ মিলিয়ন (১৪.৬৮৪ কোটি)।

গ্ৰাহক ভুক্তিৰ পৰিসংখ্যা

২০১৩ চনৰ জানুৱাৰী মাহৰ তথ্যানুসাৰে ভাৰতত ভ'ডাফনৰ গ্ৰাহকৰ পৰিসংখ্যা তলত দিয়া ধৰণৰ। ২

+২০১৩ চনৰ জানুৱাৰী মাহৰ তথ্যানুসাৰে ভাৰতত ভ'ডাফনৰ গ্ৰাহকৰ পৰিসংখ্যা
টেলিকম চাৰ্কলগ্ৰাহকৰ সংখ্যা
গুজৰাট১৫,৮০১,১১৬
উত্তৰ প্ৰদেশ(পূৱ)১৪, ৫২৬,২৩৬
মহাৰাষ্ট্ৰ১২,৯৭৭,১২৩
পশ্চিম বংগ১১,১৬৫,৬৬৭
তামিলনাডু৯,৭৭৭,৯২৭
ৰাজস্থান৮,৫৬৫,৩৬৬
উত্তৰ প্ৰদেশ(পশ্চিম)৮,৯৯৯,০৭৩
অন্ধ্ৰ প্ৰদেশ৬,০৮০,৯১৬
দিল্লী৮,৪৪৯,১২০
গোৱা৭,১৩৪,৫৭৬
কৰ্ণাটক৬,৪৫২,৬২০
কেৰালা৬,০৬৭,৫০৬
বিহাৰ৬,৩৮১,২৭৮
কলকাতা৪,০৮৪,২৮৪
পঞ্জাব৪,৩০৯,৮৫৩
হাৰিয়ানা৪,৪৩৭,০১৫
মধ্য প্ৰদেশ আৰু চত্তীশগড়৪,১০১,৮৭৭
চেন্নাই২,০৯১,৪১১
ওড়িশা২,৭৮৯,৫৭৫
অসম২,১৮৮,০৭৩
উত্তৰ পূৱ৯২৮,৫৬৩
জম্মু আৰু কাশ্মীৰ৬৬৬,০০৯
হিমাচল প্ৰদেশ৪৭৫,৩২৯
মুম্বাই৬,১৬০,৩৫৩

ভ'ডাফন ভাৰতৰ মুঠ গ্ৰাহকৰ সংখ্যা: ১৪১,৫১৯,৮৪০, অৰ্থাৎ ই সমগ্ৰ দেশৰ মুঠ ম'বাইল গ্ৰাহক সংখ্যা ৬৫৭,১৫৮,০১৩ৰ ২২.৪৪%।

তথ্যসূত্ৰ

  1. ↑ (2009-03-31). Vodafone Essar Ltd: Vodafone India — Mobile Communications worldwide. Vodafone.in
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগকোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোডাফ'ন ভাৰত” প্ৰবন্ধৰ সংশোধন ৩৮৫৬২৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।