অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূষণ দ্বিজ

ভূষণ দ্বিজ (জন্ম ১৫০৮ খ্ৰীষ্টাব্দ) অতীতৰ কামৰূপৰ বৰপেটাৰ দিগা নগৰ, বৰনগৰত জন্মগ্ৰহণ কৰা সাহিত্যিক আছিল। গুৰু চৰিত আৰু শংকৰ চৰিত নামৰ জীৱনী গ্ৰন্থৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল। ভূষণ দ্বিজ শংকৰদেৱৰ শিষ্য চক্ৰপাণিৰ নাতি আছিল।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৪ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভূষণ দ্বিজ (জন্ম ১৫০৮ খ্ৰীষ্টাব্দ) অতীতৰ কামৰূপৰ বৰপেটাৰ দিগা নগৰ, বৰনগৰত জন্মগ্ৰহণ কৰা সাহিত্যিক আছিল। গুৰু চৰিত আৰু শংকৰ চৰিত নামৰ জীৱনী গ্ৰন্থৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল।১

ভূষণ দ্বিজ শংকৰদেৱৰ শিষ্য চক্ৰপাণিৰ নাতি আছিল। তেওঁ তেওঁৰ পূৰ্বপুৰুষসকলৰ বেছিভাগেই এৰি থৈ যোৱা শংকৰদেৱৰ জীৱনৰ বিৱৰণীৰে “শংকৰ চৰিত’’ সংকলন কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ Medhi, Sarma, Kaliram, Satyendranath. (1978). Studies in the Vaiṣṇava literature & culture of Assam. Assam Sahitya Sabha. পৃ. 104
  2. ↑ Samiti, Kamarupa Anusandhana. (1963). Journal of the Assam Research Society - Volume 15. Kāmarūpa Anusandhān Samiti. পৃ. 2

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূষণ দ্বিজ” প্ৰবন্ধৰ সংশোধন ৪১৯৮১২ (২৭ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।