অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভি. লক্ষ্মীবাই

ভেংকটৰমন লক্ষ্মীবাই (V. Lakshmibai) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে বষ্টনস্থিত নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক। তেখেতে বীজগণিতীয় জ্যামিতি, বীজগণিতীয় গোটৰ তত্ত্ব, উপস্থাপন তত্ত্ব আদি সম্পৰ্কে গৱেষণা কৰিছে।

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভেংকটৰমন লক্ষ্মীবাই (V. Lakshmibai) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে বষ্টনস্থিত নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক। তেখেতে বীজগণিতীয় জ্যামিতি, বীজগণিতীয় গোটৰ তত্ত্ব, উপস্থাপন তত্ত্ব আদি সম্পৰ্কে গৱেষণা কৰিছে। "ফ্লেগ ভেৰাইটি" আৰু "স্কাবাৰ্ট ভেৰাইটি" সম্পৰ্কত তেখেতৰ গৱেষণাৰ পৰিসৰ বহল আৰু গভীৰ।১

শিক্ষা আৰু কৰ্মজীৱন

লক্ষ্মীবাইয়ে ১৯৭৬ চনত টাটা প্ৰাথমিক গৱেষণা প্ৰতিষ্ঠানৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। চাৰা বিল্লেইৰ সৈতে তেখেতে "Singular Loci of Schubert Varieties" শীৰ্ষক প্ৰকৰণগ্ৰন্থখন লিখি উলিয়ায়। (Progress in Mathematics ১৮২,বাৰ্খছেউৰ, ২০০০). ইয়াৰ লগতে জাষ্টিন ব্ৰাউনৰ সৈতে তেওঁ Flag Varieties: An Interplay of Geometry, Combinatorics, and Representation Theory, The Grassmannian Variety: Geometric and Representation-Theoretic Aspects (Developments in Mathematics ৪২, স্প্ৰীনজাৰ, ২০১৫) শীৰ্ষক প্ৰকৰণ গ্ৰন্থখন লিখে। (Texts and Readings in Mathematics ৫৩, হিন্দুস্তান বুক এজেন্সী, ২০০৯)

স্বীকৃতি

২০১২ চনত তেখেত আমেৰিকান গাণিতিক সমাজৰ এগৰাকী প্ৰাৰম্ভিক সভ্য হিচাপে নিৰ্বাচিত হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ cos.northeastern.edu/people/venkatraman-lakshmib

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. লক্ষ্মীবাই” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৪১ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।