অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভান্দিৰবন

ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ মন্ত তহচিলৰ এক প্ৰাচীন ধৰ্মীয় স্থান ভান্দিৰবন। এই ঠাইডোখৰ হিন্দু দেৱতা কৃষ্ণআৰু দেৱী ৰাধাৰ কাহিনীৰ সৈতে জড়িত।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ মন্ত তহচিলৰ এক প্ৰাচীন ধৰ্মীয় স্থান ভান্দিৰবন। এই ঠাইডোখৰ হিন্দু দেৱতা কৃষ্ণআৰু দেৱী ৰাধাৰ কাহিনীৰ সৈতে জড়িত।১২৩৪

পৰিবহন

মথুৰা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত আৰু বৃন্দাবন চহৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মথুৰা জিলাৰ ভান্দিৰবন বনাঞ্চল অৱস্থিত। ভান্দিৰবনলৈ যাবলৈ বৃন্দাবনৰ পৰা ব্যক্তিগত বাহন পোৱা যায়।৫

মূল আকৰ্ষণ

ৰাধা কৃষ্ণৰ ভক্তসকলৰ মাজত ভান্দিৰবন অতি জনপ্ৰিয়।৬ ই ধৰ্মীয় স্থান; ৰাধা কৃষ্ণ বিবাহ স্থলীৰ বাবে জনাজাত, য’ত ৰাধা কৃষ্ণৰ বিবাহ ব্ৰহ্মাদেৱতা আৰু বংশীৱতে কৰিছিল, যিটো কৃষ্ণই ৰাধা আৰু গোপীসকলক মহাৰাস পাতিবলৈ বাঁহী বজাই মতাৰ কিংবদন্তিৰ সৈতে জড়িত।৭৮৯১০

তথ্যসূত্ৰ

  1. ↑ जोशी 'शतायु', अनिरुद्ध. ये चार चमत्कारिक वट वृक्ष, नहीं होते कभी नष्ट। holy tree of hinduism. hindi.webdunia.com
  2. ↑ आज भी गुनगुनाता है वंशीवट का वटवृक्ष. Dainik Jagran
  3. ↑ जहां मौजूद हैं राधा-कृष्ण के विवाह के साक्ष्य. Navbharat Times
  4. ↑ (n.d.). मथुरा: छाँहरी में बनाया पिंक सखी बूथ महिलाओ मतदाताओ के लिए बना आकर्षण का केंद्र - Oneindia Hindi. hindi.oneindia.com
  5. ↑ राधा-कृष्ण के विवाह का साक्षी है भांडीरवन. Dainik Jagran
  6. ↑ जहां मौजूद हैं राधा-कृष्ण के विवाह के साक्ष्य. Navbharat Times
  7. ↑ वंशीवट, भांडीरवन. hi.krishnakosh.org
  8. ↑ भांडीरवन में भीड़ रोकने को तैनात होगा पुलिस बल. Hindustan
  9. ↑ Janmashtmi 2020: जानिए उस स्थल के बारे में जहां लिये थे राधा− कृष्ण ने फेरे, आज भी मौजूद हैं प्रमाण. Dainik Jagran
  10. ↑ राधा और कृष्ण का हुआ था विवाह, साक्ष्य हैं मौजूद, देखें वीडियो. Patrika News

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভান্দিৰবন” প্ৰবন্ধৰ সংশোধন ৫৪১০৩২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।