অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভাটৌ ফুল

ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল। কেৱল এইখন দেশৰ ৰাষ্ট্ৰীয় ফুলহে এবিধ বৰ্ণ-সংকৰ প্ৰজাতিৰ ফুল।১

তথ্যসূত্ৰ

  1. ↑ Papilionanthe teres (Roxb.) Schltr.. eMonocot

সম্পৰ্কিত শ্ৰেণী

ফুলঅৰ্কিডউদ্ভিদজগতঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাটৌ ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৭৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।